ETV Bharat / state

থোৰতে অৰুণ জেটলীৰ জীৱন পৰিক্ৰমা

জন্ম - 28 ডিচেম্বৰ, 1952 মৃত্যু - 24 আগষ্ট, 2019

থোৰতে অৰুণ জেটলীৰ জীৱন পৰিক্ৰমা
author img

By

Published : Aug 24, 2019, 7:48 PM IST

  • প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান
  • 66 বছৰ বয়স শেষ নিশ্বাস ত্যাগ
  • 12.07 বজাত মৃত্যু বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ
  • বিগত 9 আগষ্টৰ পৰা এইমছ্ত চিকিৎসাধীন অৱস্থাত আছিল অৰুণ জেটলী
  • 1973 চনত বাণিজ্যত স্নাতক ডিগ্ৰী, দিল্লী বিশ্ববিদ্যালয়
  • 1977 চনত আইন ডিগ্ৰী, দিল্লী বিশ্ববিদ্যালয়
  • বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান
  • একেসময়তে আৰ. এছ. এছ ৰো সদস্য
  • 1974 চনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচিত
  • 1975 চনত 19 মাহৰ বাবে কাৰাবাস
  • ৰাজনৈতিক জীৱন
  • 2018 চনত উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত
  • 2014 চনত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব
  • 2009 চনত ৰাজ্যসভাৰ বিৰোধী দলপতি
  • 2006 চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত
  • 2002 চনত বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব
  • 1999 চনত কেন্দ্ৰীয় আইন মন্ত্ৰী
  • একে সময়তে বি চি চি আইৰ অধ্যক্ষ
  • 1980 চনত বিজেপিত যোগদান
  • বিত্তমন্ত্ৰী হিচাপে..
  • জি এছ টি ৰ প্ৰৱৰ্তন
  • 7.2 ৰ পৰা 2.9 লৈ মুদ্ৰাস্ফীতি হ্ৰাস
  • ধনজন যোজনা
  • DBT ত আধাৰৰ প্ৰচলন
  • বিত্তীয় ক্ষেত্ৰত আইন সংশোধনী আয়োগৰ কাৰ্যকৰীকৰণ
  • নায়ক কমিটিৰ কাৰ্যকৰীকৰণ

Intro:Body:

ARUN JAITLEY VIDEO STORY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.