ETV Bharat / state

হিমন্ত বিশ্ব, মৃনাল শইকীয়া, শিলাদিত্যদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুওৱাক : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য - apurba kumar bhattacharya

ৰাজীৱ ভৱনত দেওবাৰে কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল ৷ বিধানসভাৰ মজিয়াত জয় বাংলাদেশ কোৱাটো আইনৰ দৃষ্টিত অপৰাধ নহয় নেকি বুলি প্ৰশ্ন ভট্টাচাৰ্য্যৰ ৷

অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল
অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল
author img

By

Published : Jan 6, 2020, 8:54 AM IST

গুৱাহাটী, 6 জানুৱাৰীঃ বিজেপিয়ে বাক স্বাধীনতা হৰণ, গ্ৰেপ্তাৰ দ্বাৰা গণ আন্দোলন দমন কৰিব বিচাৰিছে । দেওবাৰে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত তেওঁ লগতে কয় যে, কা বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল অৱলম্বন কৰি কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

কা বিৰোধী প্ৰতিবাদী সংগ্ৰামত জড়িত থকা একাংশ কংগ্ৰেছ দলৰ কৰ্মী সকলক নিৰ্দিষ্টকৈ লক্ষ্য কৰি বিভিন্ন গোচৰ জাপি জেললৈ প্ৰেৰণ কৰা হৈছে । বিজিপিয়ে এতিয়া বাক স্বাধীনতা হৰণ আৰু গ্ৰেপ্তাৰৰ দ্বাৰা গণ আন্দোলন দমন কৰিব বিচাৰিছে ।

কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল

ইপিনে কংগ্ৰেছৰ মুখ্যপাত্ৰগৰাকীয়ে ৰাজ্যৰ আৰক্ষীক বৈষম্যমূলক কামৰ পৰা আঁতৰি থাকিবলৈকে আহ্বান জনায় । সাহস আছে যদি উচটনি দিয়া বিধায়ক মৃনাল শইকীয়া, শিলাদিত্যদেৱৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি দেখুওৱাক বুলি মন্তব্য কৰে । বিধানসভাৰ মজিয়াত জয় বাংলাদেশ কোৱাটো আইনৰ দৃষ্টিত অপৰাধ নহয় নেকি বুলি প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভট্টচাৰ্য্যই ।

Intro:অসম আৰক্ষী হেমন্ত বিশ্ব, মৃনাল শইকীয়া, শিলাদিত্যদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুওৱাক : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য

Body:অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয়ত ৰাজীৱ ভৱনত ৰাবিবাৰে কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে কা বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংনগ্ৰছক পোনপতিয়া আক্ৰমণৰ লক্ষ্য কৰিছে। কা বিৰোধী প্ৰতিবাদী সংগ্ৰামত কংগ্ৰেছ পোনপটীয়াকৈ জড়িত কংগ্ৰেছ দলৰ কৰ্মী সকলক নিৰ্দিষ্টকৈ লক্ষ্য কৰি লৈছে আৰু কংগ্ৰেছ কৰ্মীৰ ওপৰত ১০ পৰা ১৫ লোক গোচৰ জাপি জেললৈ প্ৰেৰণ কৰা হৈছে । বিজিপিযে বাক স্বাধীনতা হৰণ, গ্ৰেপ্তাৰ দ্বাৰা গণ আন্দোলন দমন কৰিব বিচাৰিছে। কংগ্ৰেছৰ মুখ্যপাত্ৰই ৰাজ্যৰ আৰক্ষী বৈষম্যমূলক কামৰ পৰা আঁতৰি থাকিবলৈকে আহ্বান জনায়। সাহস আছে যদি সংঘাতৰ আহে উচতনি দিয়া বিধায়ক মৃনাল শইকীয়া, শিলাদিত্যদেৱৰ আৰু মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি দেখুওৱাক। ভিধানসভাৰ মজিয়াত জয় বাংলাদেশ কোৱাটো আইনৰ দৃষ্টিত অপৰাধ নহয় নেকি বুলি প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভচৰ্যাই। উক্ত সংবাদ অপূৰ্ব কুমাৰ ভচৰ্যাই অসম চৰকাৰ বিত্ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.