ETV Bharat / state

APDCL কেলেংকাৰী : অভিযুক্ত 10 গৰাকীক জেৰা মুখ্যমন্ত্ৰী তদাকৰী কোষৰ

author img

By

Published : Oct 4, 2021, 6:45 PM IST

APDCL ৰ কেলেংকাৰীত নাম সাঙুৰ খাই পৰা 10 গৰাকী প্ৰাৰ্থীক জেৰা ৷ APDCLৰ চাকৰী পাবলৈ দিপাংকৰ দিহিঙীয়া বাহিনীৰ সৈতে যোগাযোগত আছিল এই প্ৰাৰ্থী সকল ৷

10 accused interrogated by 10 accused interrogated by cm vigilance
অভিযুক্ত 10 গৰাকীক জেৰা মুখ্যমন্ত্ৰী তদাকৰী কোষৰ

গুৱাহাটী, 4 অক্টোবৰ : APDCL ৰ কেলেংকাৰীত নাম সাঙুৰ খাই পৰা 10 গৰাকী প্ৰাৰ্থীক সোমবাৰে জেৰা কৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে ৷ এই 10 গৰাকী প্ৰাৰ্থীয়ে APDCL ৰ পৰীক্ষাত ধনৰ লেনদেন কৰাৰ তথ্য লাভ কৰিছিল মুখ্যমন্ত্ৰী তদাকৰী কোষে ৷ মুখ্যমন্ত্ৰী তদাকৰী কোষে APDCL ৰ পৰীক্ষাত মুঠ 300 গৰাকীৰ বিৰুদ্ধে ধনৰ লেদদেন কৰা তথ্য লাভ কৰিছিল ৷ ইয়াৰে ১২৪ প্ৰাৰ্থীলৈ চমন প্ৰেৰণ কৰা হৈছিল ৷ তাৰে 10 গৰাকীক জেৰা কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷

লগতে পঢ়ক: APDCL কেলেংকাৰী : দীপাংকৰ দিহিঙীয়াক লগত লৈ বিজুলী ভৱনত CM ভিজিলেন্সৰ অভিযান

APDCLৰ চাকৰী পাবলৈ দিপাংকৰ দিহিঙীয়া বাহিনীৰ সৈতে যোগাযোগত আছিল এই প্ৰাৰ্থী সকল ৷ উল্লেখ্য যে, যোৱা 28 ছেপ্টেম্বৰত APDCL-ৰ কেলেংকাৰীৰ লগত জড়িত দীপাংকৰ দিহিঙীয়াক লগত লৈ মুখ্যমন্ত্ৰী তদাকৰী কোষে বিজুলী ভৱনত অভিযান চলায় । তদুপৰি মুখ্যমন্ত্ৰী তদাকৰী কোষে APDCL কেলেংকাৰীত জড়িত থকা দীপাংকৰ দিহিঙীয়া, আতাউৰ ৰহমানসহ ১১ গৰাকী অভিযুক্তকক গ্ৰেপ্তাৰ কৰিছিল । আটাই কেইগৰাকী অভিযুক্তক আদালতে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক: বিজুলী ভৱনত ঢেৰেকনি : থৰকাচুটি হেৰাইছে বহুজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.