ETV Bharat / state

অনুৰাগ শইকীয়াৰ'প্ৰজেক্ট বৰগীত'

author img

By

Published : Dec 2, 2019, 4:43 PM IST

100 জন বাদ্যযন্ত্ৰবিদৰ সমাহাৰেৰে প্ৰথম বাৰৰ বাবে নিৰ্মাণ হৈছে এই বৰগীত ৷  বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছে অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট বৰগীতত ।

anurag saikia's project borgeet
প্ৰজেক্ট বৰগীত

গুৱাহাটী,2 ডিচেম্বৰঃ অসমবাসীলৈ সুখবৰ কঢ়িয়াইছে অসমৰ সংগীত পৰিচালক অনুৰাগ শইকীয়াই ৷ ৷ প্ৰজেক্ট বৰগীত নামেৰে বিশ্ব দৰবাৰত জিলিকিছে মহাপুৰুষ দুজনাৰ সৃষ্টি ৷ ১৫ শ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতক এতিয়া বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ এক নতুন প্ৰচেষ্টা চলাইছে অসম সন্তান তথা সংগীত পৰিচালক অনুৰাগ শইকীয়াই ৷

প্ৰজেক্ট বৰগীত

অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট হৈছে এই প্ৰজেক্ট বৰগীত ৷ 100 জন বাদ্যযন্ত্ৰবিদৰ সমাহাৰেৰে প্ৰথম বাৰৰ বাবে নিৰ্মাণ হৈছে এই বৰগীত ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছে অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট বৰগীতত । মেচিডনিয়াত বৰগীতৰ বাণীবন্ধনৰ কাম সম্পন্ন হোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত সম্পন্ন হৈছে দৃশ্যগ্ৰহণৰ কাম ৷ অনুৰাগ শইকীয়াৰ এই প্ৰচেষ্টাই বৰগীতক দিছে এতিয়া অন্য এক মাত্ৰা । এই 'প্ৰজেক্ট বৰগীত'ক বিশ্ববাসীয়ে আদৰি ল'ব বুলি যথেষ্ট আশাবাদী অনুৰাগ শইকীয়া ।

Intro:অসমৰ সু সন্তান অনুৰাগ শইকীয়াৰ এক ব্যতিক্ৰমী সপোন। ১৫ শ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতক এতিয়া বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ এক নতুন প্ৰচেষ্টা। অনুৰাগ শইকীয়াৰ সপোন প্ৰজেক্ট এই প্ৰজেক্ট বৰগীত। Body:100 জন বাদ্যযন্ত্ৰবিদৰ সমাহাৰেৰে নিৰ্মান হৈছে প্ৰথম বাৰৰ বাবে বৰগীত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছে অনুৰাগ শইকীয়াৰ সপোনৰ প্ৰজেক্ট বৰগীতত। অনুৰাগ শইকীয়াৰ এই প্ৰচেষ্টাই বৰগীতক দিছে এতিয়া অন্য এক মাত্ৰা।
Bite:-anurag saikia
Conclusion:অনুৰাগ শইকীয়াই এই বৰগীত বিশ্ববাসীয়ে কেনেদৰে আদৰি লব সেই লৈ অত্যন্ত আশাবাদী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.