ETV Bharat / state

গুৱাহাটীৰ বিস্ফোৰণৰ পিচতে মুখ খুলিলে অনুপ চেতিয়াই

গুৱাহাটীৰ বিস্ফোৰণৰ পিচতে ইটিভি ভাৰতত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰে সাক্ষাৎকাৰ "প্ৰাণময় ৰাজগুৰু আলফাৰ আলোচনাপন্থী গোটৰ জৰিত নহয় "-অনুপ চেতিয়া

গুৱাহাটীৰ বিস্ফোৰণৰ পিচতে মুখ খুলিলে অনুপ চেতিয়াই
author img

By

Published : May 17, 2019, 8:43 PM IST

Updated : May 18, 2019, 12:43 AM IST

  • গুৱাহাটীৰ বিস্ফোৰণৰ পিচতে মুখ খুলিলে অনুপ চেতিয়াই
  • "প্ৰাণময় ৰাজগুৰু আলফাৰ আলোচনাপন্থী গোটৰ জৰিত নহয় "
  • "তেওঁ আলফাৰ সদস্য পদ লৈছিল বুলি মই নাজানো"
  • "মই জনাত মৃণাল হাজৰিকাই তেওঁৰ সহায় কৰিবলৈ লগত লৈছিল"
  • "ব্যক্তিগত ভাৱে মই প্ৰাণময় ৰাজগুৰু বা তেওঁৰ পৰিয়ালক জানো,
  • "কিন্তু তেওঁ কোনোধৰণে আলফাৰ সৈতে জৰিত নহয় "
  • "তেওঁৰ সৈতে গ্ৰেপ্তাৰ হোৱা মহিলা গৰাকীও আলফাৰ সৈতে জৰিত নহয় "
  • "অৱশ্যে প্ৰাণময় ৰাজগুৰুৰ সৈতে আমাৰ কাৰ্যালয়লৈ কেতিয়াবা আহিছিল "
  • "আলোচনাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ বাবে আমাৰ সদস্যসকল হতাশ হোৱা নাই"
  • "আলফা স্বাধীনৰ সৈতে প্ৰাণময় ৰাজগুৰু জৰিত হয় নে নহয় আমি নাজানো"

সেই বিষয়ে আলফা স্বাধীনে জানিব

  • " আগন্তুক নতুন চৰকাৰে আলোচনাৰ সফল সমাপ্তি ঘটাব বুলি আমি আশাবাদী"

Intro:### আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

### নতুন বিস্ফোৰণ অনুপ চেতিয়াৰ

### " প্ৰাণময় ৰাজগুৰু আলফাৰ আলোচনাপন্থী গোটৰ সৈতে কোনোধৰণে জৰিত নহয় "

### " তেওঁ আলফাৰ সদস্য পদ কেতিয়াবা লৈছিল বুলি মই নাজানো "

### " মৃণাল হাজৰিকা, প্ৰবাল নেওগ আদিয়ে যেতিয়া যুদ্ধবিৰতি ঘোষণা কৰি মুকলিলৈ ওলাই আহিছিল তেতিয়া মই জনাত মৃণাল হাজৰিকাই তেওঁৰ কামত সহায় কৰিবলৈ প্ৰাণময় ৰাজগুৰুক লগত লৈছিল "

### " ব্যক্তিগত ভাবে মই প্ৰাণময় ৰাজগুৰু বা তেওঁৰ পৰিয়ালক জানো, কিন্তু তেওঁ কোনোধৰণে আলফাৰ সৈতে জৰিত নহয় "

### " তেওঁৰ সৈতে গ্ৰেপ্তাৰ হোৱা মহিলা গৰাকীও কোনোধৰণে আলফাৰ সৈতে জৰিত নহয় "

### " অৱশ্যে এবাৰ নে দুবাৰ প্ৰাণময় ৰাজগুৰুৰ সৈতে আমাৰ কাৰ্যালয়লৈ আহিছিল "

### " মই নাভাবো যে আলোচনাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাত আমাৰ সদস্য সকল হতাশ হৈছে "

Body:### " আলফা স্বাধীনৰ সৈতে প্ৰাণময় ৰাজগুৰু জৰিত হয় নে নহয় সেই বিষয়ে আলফা স্বাধীনে জানিব "

Conclusion:### " আগন্তুক সময়ত নতুন চৰকাৰে আলোচনাৰ সফল সমাপ্তি ঘটাব বুলি আমি আশাবাদী "
Last Updated : May 18, 2019, 12:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.