ETV Bharat / state

কামৰূপ জিলাৰ একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ সৰৱ চৰ্চা - lok sabha election

কামৰূপ জিলাৰ অধিবক্তাসকলে কি কয় নিৰ্বাচনকলৈ..??

কামৰূপ জিলাৰ একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ গৰম বতাহ
author img

By

Published : Mar 29, 2019, 3:11 PM IST

Updated : Mar 29, 2019, 4:54 PM IST

অধিবক্তা সকলৰ মাজতো ৰাজনৈতিক চৰ্চা

একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ
গৰম বতাহ

কামৰূপ জিলাৰ একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ গৰম বতাহ

অধিবক্তা সকলৰ মাজতো ৰাজনৈতিক চৰ্চা

একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ
গৰম বতাহ

কামৰূপ জিলাৰ একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ গৰম বতাহ
Intro:👉 অধিবক্তা সকলৰ মাজতো ৰাজনৈতিক চৰ্চা ।

👉 কামৰূপ জিলাৰ একাংশ অধিবক্তাৰ মাজত নিৰ্বাচনৰ
গৰম বতাহ ।
👉 যোগ্য প্ৰাৰ্থীক ভোট দিব অদিবক্তাই ।
👉সৰ্বত্ৰে এতিয়া কেৱল ৰাজনৈতিক চৰ্চা ।




Body:ভ/ও -দেশৰ লগতে ৰাজ্যত এতিয়া ।নিৰ্বাচনৰ
গৰম বতাহ । ৰাজনৈতিক দল নেতা সমৰ্থককে ধৰি সাধাৰণ লোকলৈ সকলো স্তৰতে চলিছে নিৰ্বাচন কেন্দ্ৰীক সৰৱ আলোচনা ।ৰাজনৈতিক চাৰ্চৰ পৰা বাট পৰা নাই অধিবক্তা সকলো।আইনী কাম -কাজৰ মাজতো ৰাজনৈতিক চাৰ্চ কৰিবলৈ নাপাহৰিলে অধিবক্তা সকলে
২০১৯ চনৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই কাক ভোট প্ৰদান কৰিব ।দলৰ বিপৰীতে তেওঁলোকে বিচাৰে যোগ প্ৰাৰ্থীৰ ।দেশৰ তথা সমাজৰ হকে কাম কৰা নিকা ভাৱমূৰ্তি প্ৰাৰ্থীৰ সপক্ষে ভোট দান কৰিব অধিবক্তাই ।



Conclusion:।
Last Updated : Mar 29, 2019, 4:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.