ETV Bharat / state

মাতৃভূমিক ভাল পোৱাৰ কাৰণে এনেদৰে কষ্ট দিছেঃ অখিল গগৈ - অখিল গগৈ

সোমবাৰে ফৰেনচিক লেবৰটৰিত ভয়ছ চেম্পল টেষ্টিংৰ বাবে নিয়াই ( NIA) উপস্থিত কৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷ বহিঃৰাজ্যত থকা ৫/ ৬ লাখ যুৱক-যুৱতীক ওভতাই আনিবলৈ চৰকাৰক অনুৰোধ জনায় কৃষক নেতা অখিল গগৈয়ে ।

ETV BHARAT
মাতৃভূমিক ভাল পোৱাৰ কাৰনে এনেদৰে কষ্ট দিছেঃ অখিল গগৈ
author img

By

Published : Apr 27, 2020, 6:41 PM IST

গুৱাহাটী, 27 এপ্ৰিলঃ সোমবাৰে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতে কৃষক নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ফৰেনচিক লেবৰেটৰাত ভয়চ চেম্পল টেষ্টিংৰ বাবে (NIA)লৈ উপস্থিত কৰায় ৷ সাংবাদিকৰ আগত কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে ৷

মাতৃভূমিক ভাল পোৱাৰ কাৰনে এনেদৰে কষ্ট দিছেঃ অখিল গগৈ

উল্লেখ্য যে, সোমবাৰে ফৰেনচিক লেবৰেটৰিত ভয়চ চেম্পল টেষ্টিংৰ বাবে নিয়াই NIA উপস্থিত কৰাই কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷ ফৰেনচিক লেৱৰেটৰিলৈ অনাৰ সময়ত অখিল গগৈয়ে ভ‌ইছ টেষ্ট কৰিবলৈ অনাৰ কথা উল্লেখ কৰে ৷ তাৰোপৰি,সাংবাদিকৰ আগত সদৰি কৰে যে,আমি বহুত কষ্টত আছো আৰু এনেকৈ বাৰম্বাৰ আনি থকা হৈছে । লগতে কৃষক নেতা জনে কয় যে,আমি চৰকাৰক সমালোচনা কৰো কাৰণে শাস্তি দি আহিছে । আনহাতে,মাতৃভূমিক ভাল পোৱাৰ কাৰণে এনেদৰে কষ্ট দি থকা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । লগতে 'কা' আমি বিৰোধিতা কৰো বাবে এনেদৰে বাৰে বাৰে কষ্ট দি থকা হৈছে । তাৰোপৰি,মই অসমবাসী ৰাইজক সুখে-শান্তিৰে থাকিবলৈ অনুৰোধ কৰিছো বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ আনহাতে,বহিঃৰাজ্যত থকা ৫/ ৬ লাখ যুৱক-যুৱতীক ওভতাই আনিবলৈয়ো অনুৰোধ জনায় কৃষক নেতাজনে । লগতে ইটোৰ পিছত সিটো গোচৰ জাপি দি মুঠতে ওলায় আহিব নোৱাৰা ব্যৱস্থা কৰিছে । সেইবাবে অসমবাসী ৰাইজক এই গোটেই কথাটো বিবেচনা কৰিবলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ ৷ আনহাতে, ক'ৰণা ভাইৰাছৰ সময়ত কৃষকসকলৰ বহুতো ক্ষতি হয় ৷ ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ দিব লাগে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে মন্তব্য কৰে । তাৰোপৰি, ৰাইজে মাইক্ৰফাইনেঞ্চৰ পৰা লোৱা ঋণ সমূহ চৰকাৰে পৰিশোধ কৰি দিব লাগে বুলি আহ্বান বিতু সোণোৱালৰ ৷ লগতে অসমৰ দৰিদ্ৰ আৰু মধ্যবৃত্ত পৰিয়ালক মাহে ৬ হাজাৰ টকা দিয়াৰ আহ্বান কৃষক নেতা বিতু সোণোৱালৰ ৷

লগতে পঢ়ক-গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.