ETV Bharat / state

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ অজন্তা নেওগক - গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজন্তা নেওগক ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে সেই দায়িত্বৰ পৰা অপসাৰণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰঞ্জন বৰাই জাৰি কৰে এই নিৰ্দেশনা ৷

অজন্তা নেওগ
অজন্তা নেওগ
author img

By

Published : Dec 20, 2020, 3:47 PM IST

গুৱাহাটী, ২০ ডিচেম্বৰ : বিজেপিৰ সাগৰত ডুব মৰা প্ৰভাৱশালী কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ বিদায় পৰ্ব আৰম্ভ হ'ল কংগ্ৰেছ দলত । এই পৰ্যন্ত অজন্তা নেওগ কংগ্ৰেছতেই আছে বা তেওঁক এতিয়াও কংগ্ৰেছে নিলম্বন বা বহিস্কাৰ কৰা নাই । কিন্তু দলৰ পৰা তেওঁক আঁতৰাই পঠিওৱাৰ প্ৰাথমিক পৰ্ব যেন ইতিমধ্যে কংগ্ৰেছত আৰম্ভ হৈ গৈছে !

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ অজন্তা নেওগক

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজন্তা নেওগক ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে সেই দায়িত্বৰ পৰা অপসাৰণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰঞ্জন বৰাই তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অজন্তা নেওগক অপসাৰণৰ নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক: 21ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক’লে লুৰীণ জ্যোতি গগৈয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.