ETV Bharat / state

কৰ’ণাৰ বাবে সমস্যাৰ সন্মুখীন ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগসমূহ - 21 দিনীয়া তলাবন্ধ

ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে সম্প্ৰতি মুঠ 1,86,000 খন ক্ষুদ্ৰ চাহ বাগান বন্ধ হৈ আছে ৷ এই বাগিচাসমূহে অসমৰ ঘৰুৱা উৎপাদিত চাহৰ প্ৰায় 48 শতাংশ উৎপাদন কৰাৰ লগতে ইয়াত নিয়োজিত হৈ আছে 2 লাখৰো অধিক শ্ৰমিক ৷

ADIP PHUKAN DEMAND FOR TEA FARMER
কৰ’ণাৰ বাবে সমস্যাৰ সন্মুখীন ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগসমূহ
author img

By

Published : Mar 27, 2020, 10:55 AM IST

গুৱাহাটী,27 মাৰ্চঃ কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশৰ আন আন ৰাজ্যসমূহৰ দৰে অসম চৰকাৰেও যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে ৷ কিন্তু ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 21 দিনীয়া তলাবন্ধৰ বাবে সমস্যাত পৰিছে ক্ষুদ্ৰ চাহ উদ্যোগসমূহ ৷ এই সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চৰ নেতা অদীপ কুমাৰ ফুকনে বতৰ আৰু সময়ৰ ওপৰত নিৰ্ভৰশীল চাহ উদ্যোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

কৰ’ণাৰ বাবে সমস্যাৰ সন্মুখীন ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগসমূহ

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে সম্প্ৰতি মুঠ 1,86,000 খন ক্ষুদ্ৰ বাগান বন্ধ হৈ আছে ৷ এই বাগিচাসমূহে অসমৰ ঘৰুৱা উৎপাদিত চাহৰ প্ৰায় 48 শতাংশ উৎপাদন কৰাৰ লগতে ইয়াত নিয়োজিত হৈ আছে 2 লাখৰো অধিক শ্ৰমিক ৷

লগতে পঢ়ক-লক ডাউনৰ সময়ত বাহিৰলৈ ওলাই যোৱাৰ বাবেই হত্যা এজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.