ETV Bharat / state

নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পূৰ্বে অতিৰিক্ত খচৰাৰ প্ৰয়োজনীয়তা কিয়! - assam news

26 জুনত প্ৰকাশ পাবলগীয়া অতিৰিক্ত তালিকাত কাৰ নাম থাকিব? এতিয়া সেইটোৱেই হৈ পৰিছে লাখটকীয়া প্ৰশ্ন । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই শেহতীয়াকৈ প্ৰকাশ কৰা মতে এইখন অতিৰিক্ত তালিকাত সন্নিৱিষ্ট হ'ব সেইসকল লোকৰ নাম, যিসকলৰ নাম ভোটাৰ তালিকাত আছে " ডি " ভোটাৰ বুলি, এইখন তালিকাত আনকি সন্নিৱিষ্ট হ'ব সেইসকল লোকৰ নামো যিসকলক বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰিছে ৷

নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পূৰ্বে অতিৰিক্ত খচৰাৰ প্ৰয়োজনীয়তা কিয়!
author img

By

Published : Jun 25, 2019, 12:10 AM IST

গুৱাহাটী, 24 জুনঃ 31 জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা । তাৰ পূৰ্বেই 26 জুনত এখন অতিৰিক্ত তালিকাও প্ৰকাশ পাব । প্ৰশ্ন উঠিছে 2018 চনৰ মধ্যভাগত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাখন প্ৰকাশ কৰাৰ পিছত হঠাতে এখন অতিৰিক্ত খচৰাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল ? 26 জুনত প্ৰকাশ পাবলগীয়া এই অতিৰিক্ত খচৰা তালিকাক লৈ ইতিমধ্যে সৃষ্টি হৈছে বিভিন্ন ধৰনৰ বিভ্ৰান্তিৰ । আনকি নাগৰিকপঞ্জী কৰ্তৃপক্ষও এই তালিকাক লৈ বিভ্ৰান্ত ।

26 জুনত প্ৰকাশ পাবলগীয়া অতিৰিক্ত তালিকাত কাৰ নাম থাকিব? এতিয়া সেইটোৱেই হৈ পৰিছে লাখটকীয়া প্ৰশ্ন । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই শেহতীয়াকৈ প্ৰকাশ কৰা মতে এইখন অতিৰিক্ত তালিকাত সন্নিৱিষ্ট হ'ব সেইসকল লোকৰ নাম, যিসকলৰ নাম ভোটাৰ তালিকাত আছে " ডি " ভোটাৰ বুলি, এইখন তালিকাত আনকি সন্নিৱিষ্ট হ'ব সেইসকল লোকৰ নামো যিসকলক বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰিছে ।

কেৱল সিমানেই নহয়, এইসকল লোকে নিজৰ অভিযোগ-আপত্তি দাখিল কৰিবলৈ পৰ্যাপ্ত সময়ো পাব । মুঠতে এক বিভ্ৰান্তিকৰ পৰিস্থিতি । এককথাত 26 জুনত প্ৰকাশ পাবলগীয়া অতিৰিক্ত তালিকাই নাগৰিকপঞ্জীৰ সমস্ত বিষয়টোকেই আন এক গতি দিয়াৰ সম্ভাৱনা আছে ।

Intro:গুৱাহাটী, 24 জুনঃ 31 জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা । তাৰ পূৰ্বেই 26 জুনত এখন অতিৰিক্ত তালিকাও প্ৰকাশ পাব। প্ৰশ্ন উঠিছে 2018 চনৰ মধ্যভাগত নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা তালিকাখন প্ৰকাশ কৰাৰ পিছত হঠাতে এখন অতিৰিক্ত খচৰাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল ? 26 জুনত প্ৰকাশ পাব লগীয়া এই অতিৰিক্ত খচৰা তালিকাক লৈ ইতিমধ্যে সৃষ্টি হৈছে বিভিন্ন ধৰনৰ বিভ্ৰান্তিৰ । আনকি নাগৰিকপঞ্জী কৰ্তৃপক্ষও এই তালিকাক লৈ বিভ্ৰান্ত।

Body:26 জুনত প্ৰকাশ পাব লগীয়া অতিৰিক্ত তালিকাত কাৰ নাম থাকিব ? এতিয়া সেইটোৱেই হৈ পৰিছে লাখটকীয়া প্ৰশ্ন । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই শেহতীয়াকৈ প্ৰকাশ কৰা মতে এইখন অতিৰিক্ত তালিকাত সন্নিৱিষ্ট হব সেইসকল লোকৰ নাম, যিসকলৰ নাম ভোটাৰ তালিকাত আছে " ডি " ভোটাৰ বুলি, এইখন তালিকাত আনকি সন্নিৱিষ্ট হব সেইসকল লোকৰ নামো যিসকলক বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰিছে।

Conclusion:কেৱল সিমানেই নহয়, এইসকল লোকে নিজৰ অভিযোগ-আপত্তি দাখিল কৰিবলৈ পৰ্যাপ্ত সময়ো পাব। মুঠতে এক বিভ্ৰান্তিকৰ পৰিস্থিতি । এককথাত 26 জুনত প্ৰকাশ পাবলগীয়া অতিৰিক্ত তালিকাই নাগৰিকপঞ্জীৰ সমস্ত বিষয়টোকেই আন এক গতি দিয়াৰ সম্ভাৱনা আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.