ETV Bharat / state

খানাপাৰাত একেলগে দুৰ্ঘটনাগ্ৰস্ত তিনিখন বাহন - পথ দুৰ্ঘটনা

খানাপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাতপতিত হয় গুৱাহাটী অভিমুখে আহি থকা গেছ টেংকাৰ , ট্ৰাক আৰু চিটী বাছ । পথ দুৰ্ঘটনাটোৰ ফলত খানাপাৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি ।

খানাপাৰাত একেলগে দুৰ্ঘটনাগ্ৰস্ত তিনিখন বাহন
author img

By

Published : May 21, 2019, 12:55 PM IST

গুৱাহাটী,২১ মে' : মঙলবাৰে পুৱাই খানাপাৰাত হোৱা এক পথ দুৰ্ঘটনাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । ইয়াৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাটৰ পৰা গুৱাহাটী অভিমুখে অহা পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । খানাপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একে দিশে আহি থকা গেছ টেংকাৰ AS 01 DC 2198, ট্ৰাক AS 01 JC 0284 আৰু চিটী বাছ AS 25 DC 7704 দুৰ্ঘটনাতপতিত হয় । এখন গেছ টেংকাৰ আৰু চিটী বাছৰ মাজত তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে খুন্দিয়াই যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

খানাপাৰাত একেলগে দুৰ্ঘটনাগ্ৰস্ত তিনিখন বাহন
পিছত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক ছালকক আটক কৰে খানাপাৰা যানবাহন আৰক্ষীয়ে । ক্ৰেনৰ জৰিয়তে আৰক্ষীয়ে তিনিখন বাহনক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাই যানবাহন চলাচলৰ বাবে পথটো মুকলি কৰে ।

Intro:খানাপাৰাত একেলগে তিনিখন বাহন দুৰ্ঘটনাগ্ৰস্ত।

Body:মংগলবাৰে পুৱা খানাপাৰাত হোৱা এক পথ দুৰ্ঘটনাৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয়। খানাপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একে দিশে আহি থকা গেছ টংকেৰ AS 01 DC 2198, ট্ৰাক AS 01 JC 0284 আৰু চিটী বাছ AS 25 DC 7704 দুৰ্ঘটনাত পতিত হয়। ইয়াৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰাবাটৰ পৰা গুৱাহাটী অভিমুখে অহা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।যানযটৰ বাবে ৰৈ থকা এখন গেছ টংকেৰ আৰু চিটী বাছৰ মাজত তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে খুন্দিয়াই যাৰ ফলত এই দুৰ্ঘটনাটো সংগতিত হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক ছালকক আটক কৰে খানাপাৰা যানবাহন আৰক্ষীয়ে। কিৰাণ জড়িয়তে তিনিখন বাহনক ৰাষ্ট্ৰীয় ঘাইপথ পৰা আতৰাই যানবাহন চালাচলৰ বাবে মুকলি কৰে আৰক্ষীয়ে।
Byte

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.