গুৱাহাটী, 11 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত বিজেপি দলে গণবিচ্ছিন হোৱাৰ আকাংশত ৰাইজক 'কা'ৰ বিষয়ে বুজাবলৈ অব্যহত ৰাখিছে শান্তি সমদল। বিজেপিৰ শান্তি সমদলত মন্ত্ৰী বিধায়কৰ আক্ৰমণৰ বলি হৈছে বিৰোধী দল সমূহ। কিছুদিন পূৰ্বে এক শান্তি সমদলত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দহ বছৰ পিছত অসমৰ মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল হ'ব বুলি মন্তব্য কৰিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা এই মন্ত্যৱৰ বাবে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আজমলে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, মই মুখ্যমন্ত্ৰী হোৱাৰ আশা কেতিয়াও কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই যিদৰে মই মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছে তেন্তে মই মুখ্যমন্ত্ৰী হ'ম চাগে ! হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যতবাণী সদায় সঁচা হোৱা পৰিলক্ষিত হয় । নিৰ্বাচনৰ পূৰ্বে হিমন্তই ভৱিষ্যতবাণী কৰে যে, কোনটো দলে কিমান আসন পাব আৰু সেইমতে আসন পায়। মোৰ ১৫ বছৰৰ ৰাজনৈতিক জীৱনত হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মোৰ যিমান প্ৰচাৰ কৰিলে কোনেও কৰা নাই বুলিও মন্তব্য কৰে আজমলে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আজমলৰ - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আজমলৰ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ । ১৫ বছৰৰ ৰাজনৈতিক জীৱনত হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মোৰ যিমান প্ৰচাৰ কৰিলে কোনেও কৰা নাই বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন আজমলৰ।
গুৱাহাটী, 11 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত বিজেপি দলে গণবিচ্ছিন হোৱাৰ আকাংশত ৰাইজক 'কা'ৰ বিষয়ে বুজাবলৈ অব্যহত ৰাখিছে শান্তি সমদল। বিজেপিৰ শান্তি সমদলত মন্ত্ৰী বিধায়কৰ আক্ৰমণৰ বলি হৈছে বিৰোধী দল সমূহ। কিছুদিন পূৰ্বে এক শান্তি সমদলত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দহ বছৰ পিছত অসমৰ মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল হ'ব বুলি মন্তব্য কৰিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা এই মন্ত্যৱৰ বাবে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আজমলে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, মই মুখ্যমন্ত্ৰী হোৱাৰ আশা কেতিয়াও কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই যিদৰে মই মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছে তেন্তে মই মুখ্যমন্ত্ৰী হ'ম চাগে ! হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যতবাণী সদায় সঁচা হোৱা পৰিলক্ষিত হয় । নিৰ্বাচনৰ পূৰ্বে হিমন্তই ভৱিষ্যতবাণী কৰে যে, কোনটো দলে কিমান আসন পাব আৰু সেইমতে আসন পায়। মোৰ ১৫ বছৰৰ ৰাজনৈতিক জীৱনত হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মোৰ যিমান প্ৰচাৰ কৰিলে কোনেও কৰা নাই বুলিও মন্তব্য কৰে আজমলে।
Body:সমগ্ৰ দেশতে বৰ্তমান নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। অসমটো উজনিৰ পৰা নামনিলৈকে 'কা'ৰ বিৰুদ্ধে ৰাজপথত ৰাইজ। 'কা' বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত বিজেপি দলে গনবিচ্ছিন হোৱাৰ আকাংশত ৰাইজক 'কা'ৰ বিষয়ে বুজাবলৈ অব্যহত ৰাখিছে শান্তি সমদল। বিজেপিৰ শান্তি সমদলত দলটোৰ মন্ত্ৰী বিধায়কৰ আক্ৰমণৰ বলি হৈছে বিৰোধী দল সমূহ। কিছুদিন পূৰ্বে এক শান্তি সমদলত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দহ বছৰ পিছত অসমৰ মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল হ'ব বুলি মন্তব্য কৰিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা এই মন্ত্যৱৰ বাবে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আজমলে হিমন্তক ধন্যবাদ জ্ঞাপন কৰি কয় মই মুখ্যমন্ত্ৰী হোৱাৰ আশা কেতিয়াও কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই যিদৰে মই মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছে তেন্তে মই মুখ্যমন্ত্ৰী হ'ম চাগে? হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যতবাণী সদায় সঁচা হোৱা পৰিলক্ষিত হয়। নিৰ্বাচনৰ পূৰ্বে হিমন্তই ভৱিষ্যতবাণী কৰে যে কোনটো দলে কিমান আসন পাব আৰু সেইমতে আসন পায়। মোৰ ১৫ বছৰৰ ৰাজনৈতিক জীৱনত হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মোৰ যিমান প্ৰচাৰ কৰিলে কোনেও কৰা নাই বুলিও মন্তব্য কৰে আজমলে।
বাইট : বদৰুদ্দিন আজমল, এ আই ইউ ডি এফ প্ৰধান
Conclusion:ৰাজ্যত অন্য এটা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপিত হৈ থকাৰ মাজতে আজমলে নতুন ৰাজনৈতিক দলৰ প্ৰসংগ মন্তব্য প্ৰকাশ কৰি কয় অসাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত আমি সদায় থাকিম। অসাম্প্ৰদায়িক ৰাজনৈতিক দল সমূহ একগোট হৈ বিজেপিক পৰাস্ত কৰিব লাগিব। প্ৰয়োজন হ'লে আমি কংগ্ৰেছৰ লগত যাম, কংগ্ৰেছ অসাম্প্ৰদায়িক দল বুলিও মন্তব্য কৰে যে এই ইউ ডি এফ প্ৰধান গৰচকীয়ে।