ETV Bharat / state

মালিগাঁৱত দাওদাওকৈ জ্বলিল ৰখাই থোৱা মটৰ চাইকেল

গুৱাহাটীৰ মালিগাঁৱত পথৰ দাঁতিত ৰখাই থোৱা এখন পালচাৰ বাইক হঠাতে দাওদাওকৈ জ্বলি উঠে ৷ এই ঘটনাক কেন্দ্ৰ কৰি কিছু সময় ধৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

author img

By

Published : Feb 26, 2020, 7:42 PM IST

A pulsur bike burn in Maligaon Guwahati
মালিগাঁৱত দাওদাওকৈ জ্বলিল ৰখাই থোৱা মটৰ চাইকেল

গুৱাহাটী, 26 ফেব্ৰুৱাৰীঃ মহানগৰীৰৰ মালিগাঁৱত হঠাৎ জ্বলি উঠিল এখন মটৰ চাইকেল ৷ পথৰ দাঁতিত ৰখাই থোৱা এখন পালচাৰ বাইক হঠাতে দাওদাওকৈ জ্বলি উঠে ৷ অগ্নিকাণ্ডত বাহনখনৰ আধা অংশ জ্বলি চাৰখাৰ হৈ যায়। পিছত স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই । অগ্নিকাণ্ড সংঘটিত হোৱা পালচাৰ বাহনখনৰ নম্বৰ AS30 8249 । ইফালে কিদৰে বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি কিছু সময় ধৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

আৰু পঢ়কঃঅসম চুক্তি 6 নং দফাৰ চূড়ান্ত প্ৰতিবেদন : প্ৰতিক্ৰিয়া প্ৰকাশ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.