নিউজ ডেক্স,8 ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বিশ্ববৰেণ্য শিল্পী ডO ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী ৷
সুধাকন্ঠ ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মজয়ন্তী - অসমৰ ভিন্ন প্ৰান্তত
এই জন্মজয়ন্তী উপলক্ষে অসমবাসীয়ে তেঁওক স্মৰণ কৰিবলৈ অসমৰ ভিন্ন প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ
সুধাকন্ঠ ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মজয়ন্তী
নিউজ ডেক্স,8 ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বিশ্ববৰেণ্য শিল্পী ডO ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী ৷
Intro:তেজপুৰ,৮ ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ তো ভাৰতৰত্ন সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিনটো স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন নৃত্য গীতৰ মাজৰে ।
Body:তেজপুৰৰ বৰেণ্য নৃত্য শিল্পী শিক্ষয়িত্ৰী দীপা দাসৰ তাৎপৰাতত কণ কণ শিশুবোৰৰ মাজত এইদৰেই অসমৰ জাতীয় জীৱনৰ বৰেণ্য শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে ।
আনহাতে তেজপুৰ ভূপেন হাজৰিকাৰ কলা ভূমি আৰু বান থিয়েটাৰ ত শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে ।
Conclusion: প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৮/৯/১৯