ETV Bharat / state

কামৰূপ,ধেমাজিত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন - মিচিং স্বায়ত্ত শাসিত পৰিষদ

ৰাজ্যত উলহ-মালহেৰে পালন স্বাধীনতা দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ,ধেমাজিৰ গোগামুখস্থিত মিচিং স্বায়ত্ত শাসিত পৰিষদতো পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷

ৰাজ্যত পালন 73 সংখ্যক স্বাধীনতা দিৱস
author img

By

Published : Aug 15, 2019, 3:22 PM IST

নিউজ ডেস্ক, 15 আগষ্টঃবৃহস্পতিবাৰে দেশজুৰি উলহ-মালহেৰে পালন স্বাধীনতা দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ, ধেমাজিৰ গোগামুখস্থিত মিচিং স্বায়ত্ত শাসিত পৰিষদতো পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

ৰাজ্যত পালন 73 সংখ্যক স্বাধীনতা দিৱস

কামৰূপৰ আমিনগাঁৱৰ নুমলীজালাহ খেল পথাৰত কেন্দ্ৰীয় ভাবে আয়োজিত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই। উপায়ুক্তগৰাকীৰ লগতে পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কেন্দ্ৰীয় সৰক্ষিত বাহিনীৰ জোৱান, এন চি চি, বিভিন্ন স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী ৷ আনহাতে ধেমাজি গোগামুখস্থিত মিচিং স্বায়ত্ব শাসিত পৰিষদটো উলহ-মালহেৰে পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷

গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই স্বাধীনতা দিৱসত ১৫ টাকৈ মাৰ্চপাৰ্চ আৰু কুৰিতকৈ অধিক বিদ্যালয়ৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আনুষ্ঠানিকভাৱে ডেৰশ মিচিং শিল্পীক সম্বৰ্ধনা জনোৱা হয় ।

Intro:দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপত আজি শান্তিপূৰ্ণ ভাবে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কায্যসূচী ৰূপায়ণ কৰা হয়।

Body:আমিনগাঁওৰ নুমলীজালাহ খেল পথাৰত কেন্দ্ৰীয় ভাবে আয়োজিত স্বাধীনতা দিৱস ৰ পতকা উত্তোলন কৰে জিলা উপায়ুক্ত কমল কুমাৰ বেশ্যা ই। পতকা উত্তোলন কৰি উপায়ুক্ত গৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কেন্দ্ৰীয়
সৰক্ষিত বাহিনীৰ জোৱান, এন চি চি, বিভিন্ন স্কুল কলেজ ৰ ছাত্ৰ ছাত্ৰী দলৰ মাষ্ট পাষ্টৰ অভিবাদন কৰে।

Conclusion:ইফালে ভাষান প্ৰসঙ্গত উপায়ুক্ত কমল কুমাৰ বেশ্যাই দেশৰ হকে শ্বহীদ হোৱা বিৰ সকল ক স্মৰণ কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ কথাও বক্তা কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.