ETV Bharat / state

চাৰিশ শিশুৱে একেলগে চিনেমা চালে মহানগৰীৰ অনুৰাধা ছবিগৃহত - guwahati anuradha cinema hall

শিশু দিৱস উপলক্ষে পদপথৰ আৰু বস্তি এলেকাৰ প্ৰায় চাৰিশ শিশুক অনুৰাধা ছবিগৃহত ৰত্নাকৰ দেখুৱালে ববিতা শৰ্মাই ৷

অনুৰাধা ছবিগৃহ
author img

By

Published : Nov 14, 2019, 7:07 PM IST

গুৱাহাটী,14 নৱেম্বৰঃ মহানগৰীৰ অনুৰাধা ছবি গৃহত শিশু সকলৰ আনন্দ উৎসাহ। প্ৰায় চাৰিশ শিশুৱে একেলগে ছবি চাবলৈ ভিৰ কৰিলেহি ছবি গৃহটোত। শিশু দিৱস উপলক্ষে প্ৰতিবছৰে এনেদৰে অনুৰাধা ছবি গৃহলৈ ছবি চোৱাৰ বাবে আহে শিশু সকল। ববিতা শৰ্মাৰ প্ৰচেষ্টাত প্ৰতিবছৰে 14 নৱেম্বৰ দিনটোত শিশু দিৱস উপলক্ষে পদপথৰ আৰু বস্তি এলেকাৰ শিশু সকলক লৈ অহা হয় ছবি গৃহলৈ ৷ এইবছৰো তাৰ ব্যতিক্ৰম নহ'ল ৷ ৰত্নাকৰ দেখুৱাবৰ বাবে লৈ অনা হ'ল শিশুসকলক ৷ প্ৰতিবছৰে উৎসাহেৰে ৰৈ থকা শিশুসকলে ব্যক্ত কৰে নিজৰ মনৰ অনুভৱ ৷ শিশু দিৱসৰ দিনটোত শিশু সকলৰ বাবে লোৱা এনেধৰণৰ পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় ।

লগতে চাওকঃ অসম-মেঘালয় সীমান্তত মৃত্যু দুটাকৈ গজৰাজৰ

Intro:অনুৰাধা ছবি গৃহত শিশুসকলৰ আনন্দ উৎসাহ। প্ৰায় 400 শ শিশুৱে একেলগে ছবি চাবলৈ ভিৰ কৰিছে ছবি গৃহ। শিশু দিৱস উপলক্ষে প্ৰতিবছৰে এনেদৰে অনুৰাধা ছবি গৃহলৈ ছবি চোৱাৰ বাবে আহে শিশু সকল । ববিতা শৰ্মাৰ প্ৰচেষ্টাত প্ৰতিবছৰে এনেদৰে শিশু সকলক 14 নৱেম্বৰ দিনটোত ছবি গৃহলৈ লৈ অহা হয়। ৰত্নাকৰ ছবি উপভোগ কৰিব শিশু সকলে অনুৰাধা ছবি গৃহত আনন্দ উৎসাহৰ মাজেৰে।

Body:আনন্দ উৎসাহেৰে শিশু সকলৰ অনুৰাধা ছবি গৃহত প্ৰৱেশ। প্ৰতি বছৰৰ এই দিনটোলৈ আগ্ৰহেৰে ৰৈ থাকে যেন এই শিশু সকলে । পদপথৰ আৰু শ্লাম এলেকাৰ শিশু সকলক শিশু দিৱস উপলক্ষে প্ৰতি বছৰে ববিতা শৰ্মাৰ প্রচেষ্টাত লৈ অহা হয় শিশু সকল । শিশু সকলৰ আনন্দ উৎসাহৰ যেন ঠিকনা নাই। সকলোৱে একেলগে কলে মনৰ অনুভৱ।
Bite:- শিশু।
ববিতা শৰ্মাই জানিবলৈ দিয়া অনুসৰি মাক দেউতাক নথকা শ্লাম এলেকাৰ এই শিশু সকলৰ বাবে তেওঁলোকে প্ৰতি বছৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে।
Bite:- ববিতা শৰ্মা।

Conclusion:শিশু দিৱসৰ দিনটোত শিশু সকলৰ বাবে লোৱা এনে পদক্ষেপ সঁচায়ে প্ৰশংসনীয়। শিশু দিৱসৰ দিনটোত শিশু সকলে এনেদৰে কৰক আনন্দ। ই টিভি তৰফৰ পৰা সকলো শিশুলৈ শিশু দিৱসৰ শুভেচ্ছা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.