ETV Bharat / state

সাংবাদিক ৰাজেন ডেকা আৰু উপাসনা শৰ্মা আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰীৰ তীব্ৰ গৰিহণা - সাংবাদিক

ঘটনা সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ বাৰ্তালাপ ।

নলবাৰীত দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিক ৰাজেন ডেকাক
author img

By

Published : Apr 26, 2019, 1:23 PM IST

  • বৃহস্পতিবাৰে নলবাৰীত দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিক ৰাজেন ডেকাক
  • সাংবাদিকজনৰ আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তীব্ৰ গৰিহণা
  • ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ বাৰ্তালাপ
  • আৰক্ষীৰ তদন্ত অব্যাহত
  • উল্লেখ্য যে, ৰাজেন ডেকা সদৌ অসম সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি তথা দৈনিক অসমৰ সাংবাদিক

লগতে পঢ়ক- মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক

Intro:Body:

Breaking news:

সাংবাদিক ৰাজেন ডেকা আৰু উপাসনা শৰ্মাক দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তীব্ৰ গৰিহণা। ঘটনা সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ বাৰ্তালাপ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.