গুৱাহাটী, 29 জুলাইঃ যানজঁট ৰোধৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু অসম চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ। অচিৰেই ৰাজ্যত নিৰ্মাণ কৰা হ'ব ২৪ খনকৈ উৰণীয়া সেঁতু । ইতিমধ্যেই ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মাজত আলোচনা সম্পন্ন হৈছে । বৰ্তমান দুটাকৈ স্থানত আৰম্ভ হৈছে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। প্ৰথম পৰ্যায়ত বাসুগাঁও আৰু লংকাত নিৰ্মাণ কৰা হ'ব পথ সংযোগী উৰণীয়া সেঁতু। এই দুখন সেঁতুৰ বাবে চলিত বাজেটত পুঁজি আবন্টন দিছে দিছে চৰকাৰে। ইফালে আন ৭ খন উৰণীয়া সেঁতুৰ ডিপিআৰ প্ৰস্তুতৰ কাম আৰম্ভ হৈছে । আগন্তুক আগষ্ট মাহত ৰাজ্য চৰকাৰে ৰে'ল বিভাগৰ হাতত দাখিল কৰিব এই ডিপিআৰ। তাৰোপৰি লেভেল ক্ৰচিংসমূহৰ মান উন্নীত কৰাৰ বাবেও আলোচনা কৰিছে ৰে'ল বিভাগ আৰু অসম চৰকাৰে । ইয়াৰ বাবে ৫৬খন উৰণীয়া সেঁতু চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে।
ৰাজ্যত অচিৰেই নিৰ্মাণ হ'ব ২৪খনকৈ উৰণীয়া সেঁতু - assam news
প্ৰথম পৰ্যায়ত বাসুগাঁও আৰু লংকাত নিৰ্মাণ কৰা হ'ব পথ সংযোগী উৰণীয়া সেঁতু । এই দুখন সেঁতুৰ বাবে চলিত বাজেটত পুঁজি আবন্টন দিছে চৰকাৰে । ইফালে আন ৭ খন উৰণীয়া সেঁতুৰ ডিপিআৰ প্ৰস্তুতৰ কাম আৰম্ভ হৈছে
গুৱাহাটী, 29 জুলাইঃ যানজঁট ৰোধৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু অসম চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ। অচিৰেই ৰাজ্যত নিৰ্মাণ কৰা হ'ব ২৪ খনকৈ উৰণীয়া সেঁতু । ইতিমধ্যেই ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মাজত আলোচনা সম্পন্ন হৈছে । বৰ্তমান দুটাকৈ স্থানত আৰম্ভ হৈছে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। প্ৰথম পৰ্যায়ত বাসুগাঁও আৰু লংকাত নিৰ্মাণ কৰা হ'ব পথ সংযোগী উৰণীয়া সেঁতু। এই দুখন সেঁতুৰ বাবে চলিত বাজেটত পুঁজি আবন্টন দিছে দিছে চৰকাৰে। ইফালে আন ৭ খন উৰণীয়া সেঁতুৰ ডিপিআৰ প্ৰস্তুতৰ কাম আৰম্ভ হৈছে । আগন্তুক আগষ্ট মাহত ৰাজ্য চৰকাৰে ৰে'ল বিভাগৰ হাতত দাখিল কৰিব এই ডিপিআৰ। তাৰোপৰি লেভেল ক্ৰচিংসমূহৰ মান উন্নীত কৰাৰ বাবেও আলোচনা কৰিছে ৰে'ল বিভাগ আৰু অসম চৰকাৰে । ইয়াৰ বাবে ৫৬খন উৰণীয়া সেঁতু চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে।
Body:বৰ্তমান দুটাকৈ স্থানত আৰম্ভ হৈছে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। প্ৰথম পৰ্যায়ত বাসুগাঁও আৰু লংকাত নিৰ্মাণ কৰা হ'ব পথ সংযোগী উৰণীয়া সেঁতু। এই দুখন সেতুৰ বাবে চলিত বাজেটত পুঁজি আৱন্টন দিছে দিছে চৰকাৰে। ইফালে আন ৭খন উৰণীয়া সেঁতুৰ ডিপিআৰ প্ৰস্তুত কাম আৰম্ভ হৈছে। অহা আগষ্ট মাহত ৰাজ্য চৰকাৰে ৰে'ল বিভাগৰ হাতত দাখিল কৰিব এই ডিপিআৰ। তাৰোপৰি লেভেল ক্ৰচিংসমূহৰ মান উন্নীত কৰাৰ বাবেও আলোচনা কৰিছে ৰে'ল বিভাগ আৰু অসম চৰকাৰে। ইতিমধ্যেই ইয়াৰ বাবে ৫৬খন উৰণীয়া সেঁতু চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে।
Conclusion:HIRUL HAQUE I GUWAHATI