ETV Bharat / state

মহিলা পেইণ্টাৰ !

এগৰাকী মহিলাৰ অগতানুগতিক কৰ্মই হাজাৰগৰাকী মহিলাক দিছে এক নতুন আদৰ্শ ৷ মহিলাগৰাকী যোৰহাটৰ পৰীস্মিতা ৰবী দাস ৷

author img

By

Published : Aug 11, 2019, 9:51 AM IST

অগতানুগতিক কৰ্ম কৰা এগৰাকী বিশেষ মহিলা

যোৰহাট,11আগষ্ট : এগৰাকী বিশেষ মহিলা ৷ মহিলাগৰাকীৰ কামে মহিলাগৰাকীক দিছে আন এক পৰিচয় ৷ মহিলাগৰাকীৰ নাম পৰীস্মিতা ৰবী দাস ৷ ঘৰ বৰহোলাৰ নগাবাটত যদিও মহিলাগৰাকী থাকে যোৰহাটৰ এটা ভাড়াঘৰত ৷ মহিলাগৰাকী পেচাত পেইন্টাৰ ৷ পুৰুষৰ সমান্তৰালকৈ পৰীস্মিতাইয়ো দ্ৰুত গতিত সম্পন্ন কৰিব পাৰে প'টিন কটাৰ পৰা ৰং দিয়ালৈকে সকলো কাম ৷ পাঁচজনী কন্যা সন্তানৰ মাতৃ পৰিস্মিতাৰ স্বামীয়ে বহুবছৰ আগতেই পৃথিৱীৰ পৰা মাগিছিল মেলানি ৷ ইয়াৰ পাচৰ পৰাই মহিলাগৰাকীয়ে পৰিয়ালটিক পোহ-পাল দিবলৈ পেইন্টাৰৰ সৈতে হাজিৰা কৰিছিল আৰু পাছলৈ মহিলাগৰাকীয়ে নিজাববিয়াকৈ ঘৰৰ ৰং কৰা কাম আৰম্ভ কৰি দিয়ে ৷ মহিলাগৰাকীৰ এই কাম আন বহু মহিলাৰ বাবে হৈ পৰিছে এতিয়া আদৰ্শ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.