ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত ভডাফোন কৰ্মচাৰীৰ প্ৰতিবাদ

বিগত প্ৰায় ১২ বছৰ ধৰি মোবাইল প্ৰতিষ্ঠান টোৰ কেয়াৰ টেকাৰ সকলে অতি নিম্ন মানৰ বেতনত কাম কৰি আহিব লগীয়া হোৱাত জীৱন জীৱিকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

author img

By

Published : Feb 18, 2020, 6:45 PM IST

vodaphone employee protest for legal demand
ন্যায্য প্ৰাপ্তিৰ দাবীত ভডাফোন কৰ্মচাৰীৰ প্ৰতিবাদ

যোৰহাট, 18 ফেব্ৰুৱাৰীঃ এইবাৰ ৰাজপথত বহিল ভডাফোন প্ৰতিষ্ঠানৰ একাংশ কৰ্মচাৰী । ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত ভোডাফোনৰ মবাইল টাৱাৰ কেয়াৰ টেকাৰ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাযসূচী ৰূপায়ণ কৰে । যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনাৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বিগত প্ৰায় ১২ বছৰ ধৰি ম'বাইল প্ৰতিষ্ঠানটোৰ কেয়াৰ টেকাৰ সকলে অতি নিম্ন মানৰ বেতনত কাম কৰিব লগীয়া হোৱাত জীৱন জীৱিকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

শ্ৰমিক আইন উল‌ংঘা কৰি এই কৰ্মচাৰী সকলে পাব লগীয়া বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লগীয়া হোৱাত আহুকালত পৰিছে । বীৰ লাচিত সেনাই থলুৱা কৰ্মচাৰীৰ ক্ষেত্ৰত কৰা এনে অনিয়মৰ বিৰুদ্ধে অনাগত দিনত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।

আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটত মানৱ শৃংখল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.