ETV Bharat / state

23 জুলাইৰ পৰা যোৰহাটত আনলক প্ৰক্ৰিয়া আৰম্ভ - তিতাবৰ চিকিৎসালয়

23 জুলাইৰ পৰা যোৰহাট জিলাত আনলক প্ৰক্ৰিয়া আৰম্ভ ৷ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ । এটা দিনক কেৱল এটা ফালৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ লগতে, চৰকাৰী কাৰ্যলয়সমূহ 30 শতাংশ কৰ্মচাৰীৰে মুকলি কৰাৰ অনুমতি প্ৰশাসনৰ ৷

UNLOCK SYESTEM START AT JORHAT 23 JULY
23 জুলাইৰ পৰা যোৰহাটত আনলক প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Jul 20, 2020, 7:12 PM IST

যোৰহাট, 20 জুলাই : ক'ভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবে যোৰহাটত পুনৰ লক ডাউন ঘোষণা কৰা হৈছিল ৷ কিন্তু 23 জুলাইৰ পৰা যোৰহাট জিলাত আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জিলা উপাযুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

23 জুলাইৰ পৰা যোৰহাটত আনলক প্ৰক্ৰিয়া আৰম্ভ

জানিব পৰা অনুসৰি, পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ । এটা দিনক কেৱল এটা ফালৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ লগতে,চৰকাৰী কাৰ্যলয়সমূহ 30 শতাংশ কৰ্মচাৰীৰে মুকলি কৰাৰ অনুমতি প্ৰশাসনৰ ৷

আনহাতে, প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি, যোৰহাট ক্ৰীয়া খেলপথাৰত অস্থায়ী ক'ভিড চেন্টাৰ স্থাপন কৰা হ'ব ৷ লগতে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সকলো আসন আৰু কাষৰীয়া স্বাস্থ্য কেন্দ্ৰ সমুহ পৰিপূৰ্ণ হৈ পৰাৰ ফলত মঙলবাৰৰ পৰা তিতাবৰ চিকিৎসালয় (১২০) আৰু এন আই ডিত (৬০) জন ক'ভিড আক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ক'ভিড সক্ৰমণ ৰোধ কৰাৰ বাবে জিলাখনত স্বাস্থ্য বিভাগৰ লোক তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ আছে ৷

লগতে পঢ়ক : টীয়কত পুনৰ ক'ভিড-১৯ত আক্ৰান্ত চিকিৎসক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.