ETV Bharat / state

কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত

author img

By

Published : Apr 9, 2021, 10:08 PM IST

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কলিয়াবৰত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ ইয়াৰে এগৰাকী তিনিবছৰীয়া শিশু আৰু আন এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা বুলি জানিব পৰা গৈছে ৷

two-new-covid-transmission-at-koliabor
কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত

কলিয়াবৰ, 9 এপ্ৰিল : ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কলিয়াবৰত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ ইয়াৰে এগৰাকী তিনিবছৰীয়া শিশু আৰু আন এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা বুলি জানিব পৰা গৈছে ৷

দুয়োগৰাকী ক’ভিড আক্ৰান্ত ৰোগী কলিয়াবৰৰ সোণাৰী-কামাখ‍্যা গাঁৱৰ ৷ শিলঘাট উপ-স্বাস্থ‍্য কেন্দ্ৰত ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰে এই সংক্ৰমণ । এই লৈ কলিয়াবৰত শেহতীয়াকৈ ক’ভিড সংক্ৰমিত ব‍্যক্তিৰ সংখ‍্য পাঁচ জনলৈ বৃদ্ধি পালে ।

লগতে পঢ়ক : জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.