ETV Bharat / state

যোৰহাটত সম্পন্ন বৃটিছ পর্যটকৰ শেষকৃত্য - বৃটিছ পর্যটকৰ শেষকৃত্য

ভাৰত ফুৰিবলৈ আহি মৃত্যুক সাৱটি লোৱা সুদূৰ গ্ৰেট বৃটেইনৰ নিউকেচলৰ পৰ্যটক এলিষ্টাৰ নীল মেকড'নাল্ডৰ শেষকৃত্য সমাপন কৰা হয় যোৰহাটৰ তৰাজান শ্মশানত।

tourist funeral at jorhat
যোৰহাটত সম্পন্ন বৃটিছ পর্যটকৰ শেষকৃত্য
author img

By

Published : Feb 6, 2020, 4:52 PM IST

Updated : Feb 6, 2020, 6:30 PM IST

যোৰহাট,6 ফেব্ৰুৱাৰীঃ সাত সাগৰ তেৰ নদী পাৰ হৈ ভাৰত ফুৰিবলৈ অহা সুদূৰ গ্ৰেট বৃটেইনৰ নিউকেচলৰ পৰ্যটক এলিষ্টাৰ নীল মেকডনাল্ডৰ শেষকৃত্য সমাপন কৰা হয় যোৰহাটৰ তৰাজান শ্মশানত। বিগত ৩১ জানুৱাৰীত যোৰহাটৰ নিমাতী ঘাটৰ "চৰাইদেউ" নামৰ বিলাস বহুল ফেৰীখনত মৃত্যুক সাৱতি লৈছিল ৮৩ বছৰীয়া বৃটিছ পৰ্যটকজনে । তাৰ পিছতেই মৃতদেহটো হস্তান্তৰক লৈ চৰম অনিশ্চয়তাত ভুগিছিল যোৰহাট জিলা প্ৰশাসন । অবিবাহিত পৰ্যটকজনৰ মৃতদেহ হস্তান্তৰ কৰাক লৈ যথেষ্ট আহুকালত পৰিছিল যোৰহাট জিলা প্ৰশাসন। পিছত বৃটিছ কাউন্সিলৰ কাৰ্যালয়ৰ সৈতে হোৱা আলোচনাৰ মৰ্মে বৃহস্পতিবাৰে যোৰহাটৰ তৰাজান শ্মশানতে শেষকৃত্য সম্পন্ন কৰা হয় পৰ্যটকজনৰ । পৰ্যটকজনৰ নিকট আত্মীয় ফিয়না মেকড'নাল্ডৰ অনুমতি আৰু দায়িত্ব অৰ্পণ কৰা ব্যক্তিগত প্ৰতিষ্ঠান "ইণ্ডিয়ান ৰেচকিউ মিছন আৰু ফিউনাৰেল চাৰ্ভিচ" কৰ্মচাৰীৰ উপস্থিতত সম্পূর্ণ হিন্দু ৰীতি নীতি মতে দাহ কৰা হয় বৃটিছ পৰ্যটক জনৰ মৃতদেহ । পিছত পৰ্যটকজনৰ আত্মীয়ই নিজ দেশলৈ লৈ যাব তেওঁৰ অস্থি ৷

যোৰহাটত সম্পন্ন বৃটিছ পর্যটকৰ শেষকৃত্য

অধিক তথ্যৰ বাবে পঢ়কঃনিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু, পুনৰ বিতৰ্কত JMCH

Intro:বৃটিছ পয্যটকৰ শেষকৃত সম্পন্ন।।Body:মাটিৰ মানুহ মিলি গল মাটিৰ লগত।
সাত সাগৰ তেৰ নদী পাৰ হৈ ভাৰত ফুৰিবলৈ অহা সুদুৰ গ্ৰেট বৃটেইনৰ নিউকেচলৰ পৰ্য্যাটক এলিষ্টাৰ নীল মেকডনাল্ডৰ শেষ কৃত্য সমাপন কৰা হয় যোৰহাটৰ তৰাজান শ্মশানত। বিগত ৩১ ডিচেম্বৰত যোৰহাটৰ নিমাতীঘাটৰ "চৰাইদেউ" নামৰ বিলাসবহুল ফেৰীখনত মৃত্যুক সাৱতি লৈছিল ৮৩ বছৰীয়া বৃটিছ পৰ্য্যাটকজনে। তাৰ পিছতেই মৃতদেহটো হস্তান্তৰক লৈ চৰম অনিশ্চয়তাত ভোগিছিল যোৰহাট জিলা প্ৰশাসন। অবিবাহিত পৰ্য্যাটকজনৰ মৃতদেহ হস্তান্তৰ কৰাক লৈ যথেষ্ট আহুকালত পৰিছিল যোৰহাট জিলা প্ৰশাসন। পিচত বৃটিছ কাউন্সিলৰ কাৰ্য্যালয়ৰ হৈতে হোৱা আলোচনাৰ মৰ্মে আজি যোৰহাটৰ তৰাজান শ্মশানতে শেষ কৃতঃ সম্পন্ন কৰা হয় পৰ্য্যাটকজনৰ। পৰ্য্যাটকজনৰ নিকট আত্মীয়ৰ ফিয়না মেকডনাল্ডৰ অনুমতি আৰু দায়িত্ব অৰ্পন কৰা ব্যক্তিগত প্ৰতিষ্ঠান "ইণ্ডিয়ান ৰেচকিউ মিছন আৰু ফিউনাৰেল চাৰ্ভিচ" কৰ্মচাৰীৰ উপস্থিত সম্পূর্ণ হিন্দু ৰীতি নিতি মতে দাহ কৰা হয় বৃটিছ পৰ্যাতক জনৰ মৃতদেহ । পৰ্য্যাটকজনৰ অস্থি পিচত নিজ দেশলৈ লৈ গৈ শেষ কৃত সম্পন্ন কৰিব।

BYTE: BIPUL DAS (ADC JORHAT)Conclusion:আনহাতে যোৰহাট জিলা প্ৰশাসনে সন্মান সহকাৰে বিদায় জনায় বৃটিছ পৰ্য্যাটকজনক।
Last Updated : Feb 6, 2020, 6:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.