যোৰহাট, 13 এপ্ৰিল : আজি উৰুকা ৷ উৰুকাৰ বজাৰত দৈ বিক্ৰীৰ বাবে পুৱাই সাজু হৈছে টীয়ক ৰজাবাৰীৰ যুৱক সঞ্জীৱ শইকীয়া । দুগ্ধ ব্যৱসায়ৰ সৈতে দীৰ্ঘদিন জড়িত থকা সঞ্জীৱ শইকীয়াই টীয়ক, কলিয়াপানী আৰু জাঁজীবাসীক এঠা দৈৰ সোৱাদ দিবলৈ সাজু হৈ উঠিছে ৷ পুৱাই টীয়কৰ লগতে ভিন্ন ঠাইত বহা বজাৰত বিক্ৰীৰ বাবে সাজু কৰিছে প্ৰায় চাৰিশ দৈৰ টেকেলী ।
জাঁজীমুখৰ বিভিন্ন স্থানৰ পৰা সংগৃহীত গাখীৰৰে সাজু কৰা এই দৈ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰাৰ প্ৰয়াস সঞ্জীৱৰ । ইতিমধ্যে সঞ্জীৱে তেওঁৰ লগতে এই ব্যৱসায়ৰ জৰিয়তে আৰু চাৰি পাঁচটা পৰিয়ালৰ আয়ৰ পথ সুগম কৰিছে ।
আপোনাক সোৱাদ দিবলৈ সাজু টীয়কৰ এঠা দৈ ... - টীয়ক
উৰুকাৰ বজাৰত দৈ বিক্ৰীৰ বাবে পুৱাই সাজু হৈছে টীয়ক ৰজাবাৰীৰ যুৱক সঞ্জীৱ শইকীয়া । টীয়ক, কলিয়াপানী আৰু জাঁজীৰ ভিন্ন বজাৰত মুকলি কৰিছে এই দৈ ৷
যোৰহাট, 13 এপ্ৰিল : আজি উৰুকা ৷ উৰুকাৰ বজাৰত দৈ বিক্ৰীৰ বাবে পুৱাই সাজু হৈছে টীয়ক ৰজাবাৰীৰ যুৱক সঞ্জীৱ শইকীয়া । দুগ্ধ ব্যৱসায়ৰ সৈতে দীৰ্ঘদিন জড়িত থকা সঞ্জীৱ শইকীয়াই টীয়ক, কলিয়াপানী আৰু জাঁজীবাসীক এঠা দৈৰ সোৱাদ দিবলৈ সাজু হৈ উঠিছে ৷ পুৱাই টীয়কৰ লগতে ভিন্ন ঠাইত বহা বজাৰত বিক্ৰীৰ বাবে সাজু কৰিছে প্ৰায় চাৰিশ দৈৰ টেকেলী ।
জাঁজীমুখৰ বিভিন্ন স্থানৰ পৰা সংগৃহীত গাখীৰৰে সাজু কৰা এই দৈ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰাৰ প্ৰয়াস সঞ্জীৱৰ । ইতিমধ্যে সঞ্জীৱে তেওঁৰ লগতে এই ব্যৱসায়ৰ জৰিয়তে আৰু চাৰি পাঁচটা পৰিয়ালৰ আয়ৰ পথ সুগম কৰিছে ।
TEOK:উৰুকাৰ বজাৰত দৈ বিক্ৰীৰ বাবে পুৱাই সাজু হৈছে টীয়ক ৰজাবাৰীৰ যুৱক সঞ্জীৱ শইকীয়া । দুগ্ধ ব্যবসায়ৰে দীৰ্ঘদিন জড়িত সঞ্জীৱবে উৰুকাৰ দিনা টীয়ক, কলিয়াপানী আৰু জাঁজীত বহা বজাৰত বিক্ৰীৰ বাবে সাজু কৰিছে প্ৰায় তিনিশ/চাৰিশ দৈৰ টেকেলী ।জাঁজীমুখৰ বিভিন্ন স্হানৰ পৰা সংগৃহীত গাখীৰৰে সাজু কৰা দৈ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰাৰ প্ৰয়াস সঞ্জীৱৰ।ইতিমধ্যে সঞ্জীৱে তেওঁৰ লগতে এই ব্যৱসায়ৰ জড়িয়তে আৰু চাৰি পাঁচটা পৰিয়ালৰ আয়ৰ পথ সুগম কৰিছে।কেৱল চাকৰিলৈ বাট নাচাই শিক্ষিত এই যুৱকজনৰ এনে পদক্ষেপ সমাজৰ বাবে ইতিবাচক বুলি মন্তব্য ৰজাবাৰীবাসীৰ।Conclusion: