ETV Bharat / state

টীয়ক কাণ্ডৰ অভিযুক্তৰ মুক্ত বিচৰণ: সৰৱ ৰূপজ্যোতি কুৰ্মী - অভিযুক্তৰ মুক্ত বিচৰণ

যোৱা 31 আগষ্টত সংঘটিত হোৱা চিকিৎসক দেবেন দত্তৰ হত্যাৰে জড়িতক শাস্তিৰ দাবীত তোলপাৰ লাগিছিল সমগ্ৰ ৰাজ্যত ৷

টীয়ক কাণ্ডৰ অভিযুক্তৰ মুক্ত বিচৰণ: সৰৱ ৰূপজ্যোতি কুৰ্মী
author img

By

Published : Sep 11, 2019, 2:55 AM IST

টীয়ক, 11 ছেপ্তেম্বৰ:

  • টীয়ক কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী বিষয়াৰ ভূমিকাত সন্দেহ প্ৰকাশ টীয়কবাসীৰ
  • মুকলি আকাশৰ তলত হত্যাকাণ্ডৰ অভিযুক্ত বিজেপি কৰ্মী মুকুল ৰাজোৱাৰ
    দেবেন দত্তৰ হত্যাৰে জড়িত বিজেপি কৰ্মী মুকুল ৰাজোৱাৰ মুক্ত বিচৰণ: সৰৱ ৰূপজ্যোতি কুৰ্মী
  • দেবেন দত্তক গণপ্ৰহাৰৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ যোৱা জীৱন কুৰ্মীক খেদি খেদি প্ৰহাৰ কৰিছিল মুকুলে
  • ঘটনা সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া প্ৰকাশ
  • শাসকীয় দলৰ বাবেই মুকলি আকাশৰ তলত মুকুল ৰাজোৱাৰ: ৰূপজ্যোতি কুৰ্মী

Intro:Body:চিকিৎসক দেবেন দত্তৰ অন্যতম আক্ৰমণকাৰীৰ বিজেপি নেতাৰ মুক্ত বিচৰণ//ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া
TEOK: ৩১ আগষ্টত চিকিৎসক দেবেন দত্তৰ হত্যাৰ ঘটনাই তোলপাৰ লগোৱাৰ লগতে সবৰ্ত্ৰে দাবী উঠিছিল এই নাৰকীয় ঘটনাৰে জড়িত থকা অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰা।কিন্তু আৰক্ষী তদন্তকাৰী বিষয়াৰ কেতবোৰ শেহতীয়া ভূমিকাই সৃষ্টি কৰিছে সন্দেহৰ। এই অভিযুক্ত সকলৰ মাজত আছিল বলমা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য তথা বিজেপি দলৰ কৰ্মী মুকুল ৰাজোৱাৰ । উক্ত দিনা উত্তেজিত শ্ৰমিকৰ আক্ৰমণৰ পৰা চিকিৎসক গৰাকীক বচাবলৈ যোৱাৰ সময়ত কল্যাণ বিষয়া জীৱন কুৰ্মীক আক্ৰমণকাৰীৰ ভূমিকাত আছিল পঞ্চায়ত সদস্য মুকুল ৰাজোৱাৰ । কল্যাণ বিষয়া গৰাকীক খেদি খেদি প্ৰহাৰ কৰিছিল মুকুল ৰাজোৱাৰে । সমগ্র ঘটনৰ তথ্য থকাৰ পাছতো মাথো শাসকীয় দলৰ হোৱাৰ বাবেই মুক্ত আকাশৰ তলত বিচৰণ কৰিছে মুকুলে । এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.