ETV Bharat / state

জলসম্পদ বিভাগৰ হঠকাৰিতা: ফল ভোগ কৰিছে কৃষক ৰাইজে - কৃষক

জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে এতিয়া ফল ভোগ কৰিছে টীয়কৰ সাধাৰণ কৃষক ৰাইজে ৷ জলসম্পদ বিভাগৰ বিষয়া,কাৰিকৰী বিষয়া,ঠিকাদাৰে মিলি প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা শ্লুইচ গেট দুখনৰ নিৰ্মাণত বিভিন্ন ক্ৰুটি ৰৈ যোৱাৰ ফলত কৃষিভূমিত আৱদ্ধ হৈ থকা পানীৰ বাবে খেতি কৰিব নোৱাৰি কৃষক সকল বিমোৰত পৰিছে ৷

জলসম্পদ বিভাগৰ হঠকাৰিতা
author img

By

Published : Jul 30, 2019, 1:13 PM IST

Updated : Jul 30, 2019, 7:51 PM IST

টীয়ক,30 জুলাই: জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে এতিয়া ফল ভোগ কৰিছে টীয়কৰ সাধাৰণ কৃষক ৰাইজে ৷ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ হাতীপাৰ অঞ্চলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শ্লুইচ গেটে বৃহত্তৰ জাঁজীমুখ অঞ্চলকে ধৰি দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষকলৈ ক্ৰমে দুৰ্যোগ কঢ়িয়াই আনিছে। প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই শ্লুইচ গেট দুখন কৃষিভূমিৰ পৰা নদীলৈ আবদ্ধ পানী ওলাই যোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে এতিয়া কৃষিভূমিৰ পানী নদীলৈ যোৱাৰ পৰিৱৰ্তে গেটখন খুলি দিলে নদীৰ পানীহে কৃষিভূমিলৈ সোমাই আহে। জলসম্পদ বিভাগৰ বিষয়া,কাৰিকৰী বিষয়া,ঠিকাদাৰে মিলি চৰকাৰী ধন সৰকোৱাৰ অভিসন্ধিৰে নিৰ্মাণ কৰা এই শ্লুইচ গেট দুখনৰ নিৰ্মাণত বিভিন্ন ক্ৰুটি ৰৈ যায় ৷ যাৰ বাবে এতিয়া কৃষিভূমিত আবদ্ধ হৈ থকা পানীৰ বাবে খেতি কৰিব নোৱাৰি কৃষক সকল বিমোৰত পৰিছে ৷

Intro:Body:জলসম্পদ বিভাগৰ হঠকাৰিতাৰ ফল ভোগ কৰিছে টীয়কৰ কৃষকে
TEOK:যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ হাতীপাৰ অঞ্চলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শ্লুইজ গেটে বৃহত্তৰ জাঁজীমুখ অঞ্চলকে ধৰি দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষকলৈ দুৰ্যোগ নমাই আনিছে । জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই শ্লূইজ গেট দুখনেৰে কৃষিভূমিৰ পৰা নদীলৈ আবদ্ধ পানী ওলাই যোৱাৰ পৰিবৰ্তে গেটখন খুলি দিলে নদীৰ পৰাহে কৃষিভূমিলৈ পানী সোমাই আহে। জলসম্পদ বিভাগৰ বিষয়া,কাৰিকৰী বিষয়া,ঠিকাদাৰে মিলি চৰকাৰী ধন উদৰস্হ কৰাৰ অভিসন্ধিৰে নিৰ্মাণ কৰা শ্লুইজ গেটখন দুখনৰ ক্ৰটিপূৰ্ণ নিৰ্মাণৰ বাবে কৃষকসকলে কৃষিভূমিত আবদ্ধ হৈ থকা পানীৰ বাবে খেতি কৰিব নোৱাৰি এতিয়া বিমোৰত পৰিছে।Conclusion:
Last Updated : Jul 30, 2019, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.