ETV Bharat / state

টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ - টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উৎকোচ দাবীৰ দৰে গুৰুতৰ অভিযোগ টিয়কৰে এজন সাঁচী ব্যৱসায়ীৰ ৷

টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ
author img

By

Published : Nov 6, 2019, 1:07 PM IST

টীয়ক,6 নৱেম্বৰ : টীয়ক আৰক্ষী থানাৰ লজ্জাজনক কাৰ্য ৷ টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবী কৰাৰ অভিযোগ এজন সাঁচী ব্যৱসায়ীৰ ৷ যোৱা ৩১ অক্টোবৰৰ নিশা টীয়ক আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আবিদুৰ ৰহমান নামৰ এজন সাঁচি ব্যৱসায়ীৰ AS-O3Z-3668 নম্বৰৰ এখন মাৰুতি আৰ্টিকা গাড়ী জব্দ কৰে ৷ গাড়ীখন এৰি দিয়াৰ বাবদ টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে দুই লক্ষাধিক টকা দাবী কৰাৰ অভিযোগ তুলিছে ব্যৱসায়ীজনে। ভুক্তভোগী ব্যৱসায়ী আবিদুৰৰ মতে টীয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে গাড়ীখন মোকলাই দিয়াৰ বাবদ দুই লক্ষাধিক টকা দাবী কৰিছিল ৷ কিন্তু ব্যৱসায়ীজনে দুই লাখ টকা দিবলৈ সমৰ্থ নোহোৱাত অৱশেষত এক লাখ টকাত মান্তি হয় আৰক্ষী বিষয়াজন ৷ বৰ্তমান ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ইতিমধ্যে আৰক্ষী অধীক্ষকৰ ওচৰত উক্ত অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : ১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী

Intro:Body:" টীয়ক আৰক্ষী থানাৰ লজ্জাজনক কাৰ্য "
TEOK: টীয়ক আৰক্ষী থানাৰ ভিতৰত চলে আদলত ৷ যোৱা ৩১ অক্টোবৰৰ নিশা টীয়ক আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আবিদুৰ ৰহমান নামৰ এজন সাঁচি ব্যৱসায়ীৰ ASO3Z- 3668 নম্বৰৰ এখন আৰ্টিকা গাড়ী জব্দ কৰি গাড়ীখন এৰি দিয়াৰ বাবদ টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে দুই লক্ষাধিক টকা দাবী কৰাৰ অভিযোগ উঠিছে।
ভুক্তভোগী আবিদুৰে আৰক্ষী বিষয়াক ক'লে আ-অলংকাৰ বেছি যি পাৰো এক মান মিলাই দিম তেতিয়া এক লাখত মান্তি হ'ল আৰক্ষী বিষয়াগৰাকীয়ে আৰু লগতে সাংবাদিকৰ নামত আকৌ ৪৪০০০ টকা দিব লাগিব বুলি কৈছে বুলি অভিযোগ উঠিছে।জানিব পৰা মতে নিৰ্দিষ্ট সময় হোৱাৰ বাবে নামাজ পঢ়াতো বাধা আৰোপ কৰিছিল আৰক্ষীয়ে।ভূক্তভোগী পৰিয়ালটোৰে ইতিমধ্যে আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে।Conclusion:

For All Latest Updates

TAGGED:

Kanu123
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.