ETV Bharat / state

টীয়কত নিৰ্বাচনী কাৰ্যালয় মুকলি

author img

By

Published : Mar 14, 2021, 6:05 PM IST

টীয়কত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি । দেওবাৰে ১০২নং টীয়ক বিধানসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটে টীয়কৰ মাজমজিয়াত মুকলি কৰে নিৰ্বাচনী কাৰ্যালয় । সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ প্ৰচাৰ অভিযান চলাই নিবলৈ দুয়োটা দলৰ কৰ্মীসকলৰ উপস্থিতিত এই কাৰ্যালয় মুকলি কৰা হয় ।

টীয়কত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন
টীয়কত নিৰ্বাচনী কাৰ্যালয় মুকলি

টীয়ক,১৪ মাৰ্চ: বিধানসভাৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিনহে বাকী । ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ইয়াৰ লগে লগে ব্যস্ততা বাঢ়িছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ । সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত ব্যস্ত । দলসমূহৰ নিৰ্বাচনী কাম-কাজসমূহ সুচাৰুৰূপে চলাই নিবলৈ ঠায়ে ঠায়ে নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰা হৈছে । দেওবাৰে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটে টীয়কৰ মাজমজিয়াত মুকলি কৰে এটি নিৰ্বাচনী কাৰ্যালয় ।

সমষ্টিতোৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ প্ৰচাৰ অভিযান চলাই নিবলৈ দুয়োটা দলৰ কৰ্মীসকলৰ উপস্থিতিত এই কাৰ্যালয়টো মুকলি কৰা হয় । অগপ-বিজেপি ভাই ভাই শ্ল'গানেৰে সকলো কৰ্মকৰ্তা একলগ হৈ ৰাজ্যত পুনৰ বিজেপিক শাসনৰ গাদীত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত এইদৰে দুয়ো দলে উমৈহতীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বিপুল ভোটত প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব বুলি সংকল্পবদ্ধ হয় ।

লগতে পঢ়ক: যুৱ সমাজৰ পৰামৰ্শ গ্ৰহণ অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.