ETV Bharat / state

তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু - জাপানীজ এনকেফেলাইটিছ

অসম নাগালেণ্ড সীমান্তৱৰ্তী ভেলৌগুৰি গাঁৱত জাপানীছ এনকেফেলাইটিছত আক্ৰান্ত এটি চাৰি বছৰীয়া শিশু৷ স্বাস্থ্য বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ

তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু
author img

By

Published : Jul 22, 2019, 8:52 AM IST

তিতাবৰ, 22 জুলাইঃ তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এটি চাৰি বছৰীয়া শিশু৷ ঘটনা সংঘটিত হৈছে তিতাবৰ মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী ভেলৌগুৰি গাঁৱত । ৰঞ্জিত দাৰিং আৰু অমিয়া দাৰিঙৰ এক মাত্ৰ সন্তান কৃষ্ণা দাৰিং এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি হৈ আছে৷ স্বাস্থ্য বিভাগৰ ফালৰ পৰা সীমান্তৱৰ্তী গাঁওসমূহত কোনো ধৰণৰ স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত নকৰাৰ অভিযোগ অঞ্চলটোৰ স্থানীয় ৰাইজৰ৷

Intro:পুনৰ তিতাবৰ জাপানিছ এনকেফেলাইটিছ ৰুগত আক্রান্ত এটি চাৰি বছৰীয়া শিশু ।এই ঘটনা সংঘটিত হৈছে তিতাবৰ মহকুমা অন্তৰ্গত অসম নাগালেণ্ড সীমান্ত বৰ্তী ভেলৌগুৰি গাঁৱত । ৰঞ্জিত দাৰীৎ আৰু অমিয়া দাৰিং এক মাত্ৰ সন্তান এই কৃষ্ণা দাৰিং এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ icu অতি দৰিদ্ৰ পৰিয়ালৰ এই কণমানিটো এনে দূৰাত্মক ৰোগত আক্ৰান্ত হোৱাত মূৰে কপালে হাতত দিছে পৃতি মাতৃয়ে।Body: গাঁৱৰ লোকৰ অভিযোগ অনুসৰি স্বাস্থ্য বিভাগৰ ফালৰ পৰা সীমান্ত বৰ্তি গাঁৱ সমূহত কোনো ধৰণৰ স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰা হোৱা নাই কোনো ধৰনৰ ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা নাই আঠুবা ঔষধি কৰণ ৰ কৰা নাই ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.