ETV Bharat / state

ৰাকেশ সিং হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ

author img

By

Published : Nov 30, 2019, 5:39 PM IST

29 নৱেম্বৰত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰদীপ বাচফৰে ৰাকেশ সিঙৰ হত্যা কৰিছিল ৷ শনিবাৰে যোৰহাট আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্তক ৷

ৰাকেশ সিং হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ
ৰাকেশ সিং হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ

যোৰহাট, 30 নৱেম্বৰঃ 29 নৱেম্বৰত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত সংঘটিত হোৱা ৰাকেশ সিঙৰ লোমহর্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ বাচফৰক শনিবাৰে যোৰহাট আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ যোৰহাট আৰক্ষীয়ে অতি তৎপৰতাৰে ঘটনাৰ 24 ঘন্টা পাৰ নহওঁতেই প্ৰদীপক গ্ৰেপ্তাৰ কৰে ৷

ৰাকেশ সিং হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ
উল্লেখ্য যে টকা সূতলৈ দিয়াক কেন্দ্ৰ কৰিয়ে প্ৰদীপে এই হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি প্ৰদীপে আৰক্ষীৰ আগত স্বীকাৰোক্তি কৰে ৷

লগতে পঢ়ক - ২০২০ বৰ্ষৰ ৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ ৰাজ্য চৰকাৰৰ

Intro:কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ হোৱা মৃত ব্যক্তিৰ হত্যাকাণ্ডৰ লগত জড়িত এজন গ্ৰেপ্তাৰ।।Body:২৯ নৱেম্বৰত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত সংঘটিত হোৱা ৰাকেশ সিঙৰ লোমহর্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ বাস্ফৰক আজি যোৰহাট আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৰহাট আৰক্ষীয়ে অতি তৎপৰতাৰে মাত্র ঘটনাৰ ২৪ ঘন্টা পাৰ নহওতেই প্ৰদীপক গ্ৰেপ্তাৰ কৰে। ইফালে প্ৰদীপে এই হত্যা কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে, টকা সুদলৈ দিয়াক কেন্দ্র কৰিয়েই এই সমগ্ৰ ঘটনা সংঘটিত হয়। ইফালে টকা সুদলৈ দিয়াক লৈ যোৰহাটত দৈনিক হত্যা আত্মহত্যাৰ দৰে বিভিন্ন ঘটনা সংঘটিত হবলৈ আৰম্ভ কৰিছে।Conclusion:জিলা খনত একাংশ খূদসোৰ লোকৰ অত্যাচাৰত অতিষ্ঠ হৈ বহু কেইজন লোকে আত্মহত্যাৰ পথও বাছি লৈছিল, কিন্তু প্ৰশাসনে সূতসোৰ লোকসকল নাকী লগাব নোৱাৰাৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হবলৈ পালে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.