ETV Bharat / state

টীয়কত ৰাইজৰ দলৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতীয়া ফুকনে দাখিল কৰিলে মনোনয়ন পত্ৰ

author img

By

Published : Mar 10, 2021, 7:53 AM IST

মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে টীয়ক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাইজৰ দলৰ হৈ মনোনয়নৰ দাখিল কৰে যুৱনেতা কবিন্দ্ৰ চেতীয়া ফুকনে ।

টীয়কত ৰাইজৰ দলৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতীয়া ফুকনে দাখিল কৰিলে মনোনয়ন পত্ৰ
টীয়কত ৰাইজৰ দলৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতীয়া ফুকনে দাখিল কৰিলে মনোনয়ন পত্ৰ

টীয়ক, 10মাৰ্চ: অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ অৰ্থে অসমৰ ৰাজনৈতিক পথাৰত সংযোজন হোৱা অন্যতম নৱ গঠিত ৰাজনৈতিক দল ৰাইজৰ দলৰ হৈ টীয়ক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়নৰ দাখিল কৰে যুৱনেতা কবিন্দ্ৰ চেতীয়া ফুকনে ।

ঢোলে দগৰে শতাধিক সমৰ্থকক লৈ টীয়ক নগৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা অখিল গগৈ জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক আদি ধ্বনিৰে ৰেলী কৰি যোৰহাটলৈ ৰাওনা হয় আৰু যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ লগতে সমষ্টিবাসীক অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত একত্ৰিত হৈ যুঁজ দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ জয়ৰ কামনাৰে বন্তি প্রজ্বলন মাজুলীবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.