ETV Bharat / state

যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jan 27, 2021, 5:13 PM IST

যোৰহাটত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ ৷ পানী যোগান আঁচনিসমূহত বছৰ বছৰ ধৰি কৰ্মৰত অবৈতনিক কৰ্মচাৰী সকলক স্থায়ী নিযুক্তি প্ৰদান নকৰাত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

public-health-emplyee-protest
যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

যোৰহাট, 27 জানুৱাৰী : যোৰহাটত বৃহস্পতিবাৰে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিসমূহত বছৰ বছৰ ধৰি কৰ্মৰত অবৈতনিক কৰ্মচাৰী সকলক স্থায়ী নিযুক্তি প্ৰদান নকৰাত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে ৷

তদুপৰি বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে কেৱল প্ৰতিশ্ৰুতি দিয়াৰো অভিযোগ উত্থাপন কৰে কৰ্মচাৰী সকলে ৷ এতিয়া প্ৰতিবাদকাৰী সকলে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ বাণিজ্যিক উপদেষ্টা সমিতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.