ETV Bharat / state

যোৰহাটত নাগৰিকত্ব আইন বাতিলৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author img

By

Published : Dec 14, 2019, 11:09 AM IST

বহু তৰ্ক-বিতৰ্কৰ পাচত সোমবাৰে লোকসভাত 311 জন সাংসদে এই বিধেয়কখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে 80 জন ভোটদাতাই বিধেয়কখনৰ বিপক্ষে ভোটদান কৰে ৷ অৱশেষত বুধবাৰে 125-05 ভোটৰ ব্যৱধানত ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হয় ৷ আৰু বৃহস্পতিবাৰে বৃহস্পতিবাৰে মধ্য ৰাতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান কৰে ৷

protest at jorhat against CAB
গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

যোৰহাট, 14 ডিচেম্বৰঃ বুধবাৰে ৰাজ্য সভাত কেব গৃহীত হোৱাৰ পাচতে জনসাধাৰণৰ কেব বিৰোধী প্ৰতিবাদত অগ্নিগৰ্ভা হৈ পৰে অসম ৷ সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ সংগঠন, শিল্পী সমাজ আৰু সাধাৰণ জনতাই এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজপথলৈ উলাই আহে ৷

ৰাজ্যৰ অশান্ত জৰ্জৰ পৰিস্থিতি কিছু পৰিমাণে শাম কাটিছে যদিও এতিয়াও ৰাজ্যজুৰি অব্যাহত আছে গণতান্ত্ৰিক প্ৰতিবাদ ৷ শনিবাৰে যোৰহাটতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তথা যোৰহাট জিলা কৰ্মচাৰী পৰিষদ, 30 জনগোষ্ঠীয় সংগঠন, সাহিত্য সভা, চিকিৎসক, শিল্পী, কবি, সাহিত্যিক, উকীল সমাজ, সংবাদ কৰ্মী, বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু যোৰহাটীয়া ৰাইজৰ সহযোগত নাগৰিকত্ব আইন (সংশোধিত-১৯) বাতিলৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

লগতে পঢ়ক - কেবক লৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ

Intro:Body:

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি, যোৰহাট আঞ্চলিক ছাত্র সন্থাৰ যৌথ উদ্যোগত তথা যোৰহাট জিলা কৰ্মচাৰী পৰিষদ,৩০ জনগোষ্ঠীয় সংগঠন, সাহিত্য সভা, চিকিৎসক,শিল্পী, কবি,সাহিত্যিক, উকীল সমাজ, সংবাদ কৰ্মী, বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, যোৰহাট ৰাইজৰ সহযোগত নাগৰিকত্ব আইন (সংশোধিত-১৯) বাতিলৰ দাবীত গণ অৱস্থান ধৰ্মঘট।

ইপিনে যোৰহাট জিলাত সন্ধ্যা 5 বজালৈকে শিথিল কৰি দিয়া হৈছে সান্ধ্য আইন ৷ অৱশ্যে এইখিনি সময়তো অব্য়াহত থাকিব 144 ধাৰা ৷ জিলাখনত এতিয়াও বন্ধ আছে ইণ্টাৰনেট সেৱা ৷ প্ৰশাসনে  অনুমতি দিছে যদিও এতিয়াও বন্ধ হৈ আছে অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ 144 ধাৰা বলবৎ থকাৰ পাছতো একত্ৰিত হৈছো সহস্ৰাধিক প্ৰতিবাদকাৰী ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.