ETV Bharat / state

ঈদ উপলক্ষে যোৰহাটত 14টা মছজিদলৈ গছ পুলি বিতৰণ - প্ৰৱিত্ৰ ঈদ উল ফিতৰ

যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হয় ৷

ঈদ উপলক্ষে যোৰহাটত 14 টা মছজিদলৈ গছ পুলি বিতৰণ
author img

By

Published : Jun 5, 2019, 1:42 PM IST

যোৰহাট, 05 জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো উদযাপন কৰা হ'ল প্ৰৱিত্ৰ ঈদ-উল- ফিতৰ ৷ ইপিনে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 14 টা মছজিদলৈ দুটাকৈ গছ পুলি বিতৰণ কৰা হয় ৷

ঈদ উপলক্ষে যোৰহাটত 14 টা মছজিদলৈ গছ পুলি বিতৰণ

মাহযোৰা কঠোৰ ধৰ্মীয় অনুশাসন তথা উপবাসৰ শেষত আজি ইছলাম ধৰ্মীৰ লোকসকলে ঈদ-উল-ফিতৰ উদযাপন কৰে ৷ যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হয় ৷ আনহাতে ঈদৰ নামাজ পঢ়াৰ আগতেই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ঈদ গাহ ময়দানত নামাজীয়ে গছ ৰোপন কৰে ৷ লগতে যোৰহাটৰ 14টা মছজিদলৈ দুটাকৈ গছ পুলি বিতৰণ কৰা হয় ৷ প্ৰতিকূল বতৰকো নেওচি ব্যাপক ভাৱে ইছলাম ধৰ্মীৰ লোকসকলে এই সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.