ETV Bharat / state

যোৰহাটৰ ইন্টাৰনেট কেফেত ই-পাছৰ আবেদনকাৰীৰ ব্যাপক ভিৰ - যোৰহাট, 27 এপ্ৰিল

যোৰহাটৰ পৰা ইতিমধ্যে বহুলোকে নিজ নিজ গৃহ জিলা লৈ ৰাওনা হৈছে যদিও এতিয়াও বহু লোক স্ব-গৃহলৈ উভতিবলৈ ই-পাছ সংগ্ৰহত ব্যস্ত হৈ পৰিছে ৷

people-gathered-in-internet-cafes-of-jorhat-for-collect-e-pass
যোৰহাটৰ ইন্টাৰনেট কেফেত ই-পাছৰ আবেদনকাৰীৰ ব্যাপক ভিৰ
author img

By

Published : Apr 28, 2020, 11:51 AM IST

যোৰহাট, 27 এপ্ৰিল : লক ডাউনৰ ফলত দীৰ্ঘদিন ধৰি নিজৰ ঘৰখনৰ পৰা দূৰৈত থাকি অন্য জিলাত আবদ্ধ হৈ থকা লোকসকলে এতিয়া স্ব-গৃহলৈ উভতিবলৈ তৎপৰ হৈ পৰিছে । ইতিমধ্যে ২৫,২৬,২৭ তাৰিখত ই-পাছৰ জৰিয়তে বিভিন্ন জিলাত আবদ্ধ লোক সকলক স্ব-গৃহলৈ যাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে । বহু লোকে ইতিমধ্যে সুৰক্ষিতভাৱে নিজৰ নিজৰ গন্তব্য স্থানত উপস্থিত হৈছে ৷ জনতাৰ সুবিধাৰ বাবে এই সুবিধাৰ ম্যাদ আৰু তিনিদিনলৈ বৃদ্ধি কৰাৰ পাছত এতিয়া যোৰহাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে যোৰহাটৰ ইন্টাৰনেট কেফে সমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ।

যোৰহাটৰ ইন্টাৰনেট কেফেত ই-পাছৰ আবেদনকাৰীৰ ব্যাপক ভিৰ

যোৰহাটৰ পৰা ইতিমধ্যে বহু লোকে নিজ নিজ গৃহ জিলা লৈ ৰাওনা হৈছে যদিও এতিয়াও বহু লোক যোৰহাটৰ পৰা স্ব-গৃহলৈ উভতিবলৈ ই-পাছ সংগ্ৰহত ব্যস্ত হৈ পৰিছে ৷

লগতে পঢ়ক : বিশেষভাৱে সক্ষম দুজন লোকৰ দুঃসাহসিক কাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.