ETV Bharat / state

মৰিয়নীৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ - কালীনাথ বৰা

চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি নকছাৰীৰ ডালিমী গগৈ নামৰ এগৰাকী মহিলাই পঞ্চায়ত সচিবগৰাকীৰ বিৰুদ্ধে মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷

মৰিয়নীৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ
author img

By

Published : Oct 11, 2019, 5:19 PM IST

Updated : Oct 11, 2019, 9:07 PM IST

যোৰহাট, 11 অক্টোবৰঃ মৰিয়নী সমষ্টিৰ ১৫ নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সচিব কালীনাথ বৰাক সীমাহীন দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 14তম ফাইনেন্সৰ ধন আৰু চৰকাৰী আঁচনি সমূহৰ ধন সদব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছিল এই সচিব জনৰ বিৰুদ্ধে । চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি নকছাৰীৰ ডালিমী গগৈ নামৰ এগৰাকী মহিলাই বৰাৰ বিৰুদ্ধে মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি সচিব বৰাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সঁচা প্ৰমাণিত হোৱাত ধাৰা 409/420ত কালীনাথ বৰাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

মৰিয়নীৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ

লগতে পঢ়কঃ- কঠিয়াতলীৰ পেট্ৰ'ল পাম্পত গুলীচালনা : 5 জনক আটক

Intro:Mariani Panchyat Secretary arrested

মৰিয়নীৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ

মৰিয়নী সমষ্টিৰ ১৫ নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সচিব কালীনাথ বৰাৰ সীমাহীন দুৰ্নীতিৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 14th ফাইনেন্সৰ ধন আৰু চৰকাৰী আঁচনি সমূহৰ ধন সদব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছিল এই সচিব জনৰ বিৰুদ্ধে। চৰকাৰী ধন আত্মহাত কৰাৰ অভিযোগ তুলি নকছাৰীৰ ডালিমী গগৈ নামৰ এগৰাকী মহিলাই বৰাৰ বিৰুদ্ধে মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত দেবেৰাপাৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি সচিব বৰাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সঁচা প্ৰমাণিত হোৱাত under section 409/420 তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীৰ মতামত এনেদৰে।
Bite :- IO POLICE

RANJIT BORAH
MARIANIBody:Mariani Panchyat Secretary arrested

MARIANIConclusion:
Last Updated : Oct 11, 2019, 9:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.