ETV Bharat / state

পুত্ৰক সুস্থ কৰি দিয়াৰ কামনাৰে স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ আহ্বান মাতৃৰ - স্বাস্থ্য মন্ত্ৰী

চেকুৰীয়াৰ সুদীপ বুঢাঁগোহাই নামৰ যুৱক জনৰ মাতৃয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনায় ৷ ইতিমধ্যে বুঢাঁগোহাই নামৰ যুৱক জন Covid- 19 আক্ৰান্ত হৈ যোৰহাটৰ Gk পেলেচ কোৱাৰেনটাইনত চেণ্টাৰত ভৰ্তি হৈ আছে ৷

ETV BHARAT
পুত্ৰক সুস্থ কৰি দিয়াৰ কামনাৰে স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ আহ্বান মাতৃৰ
author img

By

Published : May 18, 2020, 7:10 PM IST

যোৰহাট, 18 মেঃ তিতাবৰত এগৰাকী মাতৃৰ কাতৰ আহ্বান স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বলৈ৷ পুত্ৰক সোনকালে সুস্থ কৰি ঘৰ লৈ প্ৰেৰণ কৰাৰ বাবে সাংবাদিকৰ আগত কৰুণ আহ্বান মাতৃ গৰাকীৰ ৷

পুত্ৰক সুস্থ কৰি দিয়াৰ কামনাৰে স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ আহ্বান মাতৃৰ

উল্লেখ্য যে, তিতাবৰ দাংধৰা অঞ্চলৰ চেকুৰীয়াৰ সুদীপ বুঢাঁগোহাই নামৰ যুৱক জন Covid- 19 positive বুলি চিনাক্ত হৈছে ৷ সুদীপে চেন্নাইৰ এটা কোম্পানিত কাম কৰি আছিল বুলি জানিব পৰা গৈছে৷ কিন্তু লক ডাউনৰ বাবে 16/5/2020 তাৰিখে চেন্নাইৰ পৰা বিশেষ ৰে'ল যোগে গুৱাহাটীত আহি উপস্থিত হয় ৷ আৰু সুদীপক বাছ যোগে গুৱাহাটীৰ পৰা যোৰহাট লৈ অনা হয় ৷ ইতিমধ্যে, যোৰহাটৰ Gk পেলেচ কোৱাৰেন্টাইনত চেণ্টাৰত ভৰ্তি হৈ আছে সুদিপ বুঢ়াঁগোহাইক ৷ আজি সাংবাদিকৰ আগত মাতৃ স্বাস্থ্য মন্ত্ৰী অনুৰোধ জনাই যে তেওঁৰ পুত্ৰক সোনকালে সুস্থ কৰি ঘৰ লৈ প্ৰেৰণ কৰাৰ ব্য়ৱস্থা কৰে । আনহাতে, বৰ্তমান সুদীপ সুস্থ হৈ আছে বুলি মাতৃ গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক- বাংগালুৰুত অসমৰ 30 যুৱকৰ হাহাকাৰ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.