ETV Bharat / state

তিতাবৰত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

পুৱতি নিশা তিতাবৰত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী ৷ বন বিভাগৰ লোকে কৰায়ত্ত কৰে নাহৰফুটুকীটো ৷

one leopard seized at Titabor
তিতাবৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী
author img

By

Published : Feb 8, 2020, 1:09 PM IST

তিতাবৰ,8 ফেব্ৰুৱাৰীঃতিতাবৰত শনিবাৰে পুৱতি নিশা পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ।

  • দীৰ্ঘদিন ধৰি তিতাবৰৰ বিজয়নগৰ,ধলি,ৰঙাজান আদি অঞ্চলত সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷
  • শনিবাৰে ধলিস্থিত বিলিভাৰ ষ্টেন চাৰ্চৰ বাগিচাত নিজাববীয়াকৈ এটা পিঞ্জৰা স্থাপন কৰে বাগিচা কৰ্তৃপক্ষই ৷
    তিতাবৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী
  • পুৱতি নিশা পিঞ্জৰাত আৱদ্ধ হয় দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই অহা নাহৰফুটুকীটো ৷
  • নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে বনবিভাগক
  • পিচত বন বিভাগৰ লোক উপস্থিত হৈ ট্ৰেংকুলাইজ কৰি লৈ যায় নাহৰফুটুকীটো ৷
  • কৰায়ত্ত কৰা এই নাহৰফুটুকীটোৰ বয়স প্ৰায় ৬/৭ বছৰ হ'ব বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে ।

লগতে পঢ়কঃআগ্ৰহী অভিনেতা-অভিনেত্ৰীক নতুন ছবিত কামৰ সুযোগ দিব প্ৰস্তুতি পৰাশৰে ?

Intro:*BREAKING TITABAR*

*তিতাবৰত পিনজিৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰ ফুটুকী* ।

*দীৰ্ঘদিন ধৰি তিতাবৰৰ বিজয়নগৰ, ধলি, ৰঙাজান আদি অঞ্চলত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে।*

*আৰু আজি পুৱতি নিশা ধলিস্থিত বিলিভাৰ ষ্টেন চাৰ্চৰ বাগিচাত নিজাববীয়াকৈ পতা এটা পিনজিৰাত আবদ্ধ হৈছিল নাহৰফুটুকী ।।*

*নাহৰফুটুকীটো পিনজিৰাবদ্ধ হোৱাৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে বনবিভাগক আৰু বন বিভাগৰ লোক আহি বাঘটো ট্ৰেংকোলাইজ কৰি লৈ যায় ।।*

*বাঘটোৰ বয়স প্ৰায় ৬/৭ বছৰ হ'ব বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে ।Body:তিতাবৰ বন বিভাগৰ সাফল্য।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.