ETV Bharat / state

মৰিয়নী ৰে'লৱে জংচনত কৰ'ণা ভাইৰাছৰ আতংক - কৰ'ণা ভাইৰাছ

মৰিয়নী ৰে'লৱে জংচনত কৰ'ণা ভাইৰাছৰ আতংক । উজনিমুৱা চেন্নাই ৰেলগাড়ীত কৰ'ণা সংক্ৰমিত ব্যক্তি অহাৰ সন্দেহ ।

মৰিয়নী ৰে'লৱে জংচন
মৰিয়নী ৰে'লৱে জংচনত কৰ'ণা ভাইৰাছৰ আতংক
author img

By

Published : Mar 15, 2020, 9:44 PM IST

যোৰহাট, 15 মাৰ্চঃ দেওবাৰে মৰিয়নী ৰে'লৱে জংচনত কৰুণাৰ আতংকৰ বাবে তন্ন তন্ন কৈ তালাচী চলাই উজনিমুৱা 15929 up চেন্নাই এক্সপ্ৰেছ ৰেল গাড়ী খন । প্ৰাপ্ত খবৰ অনুসৰি, ৰে'লৱে কন্ট্ৰলৰ পৰা মৰিয়নী ৰে'ল বিষয়াৰ কাৰ্যালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্ত ব্যক্তি এজন চেন্নাই এক্সপ্ৰেছত অহাৰ খবৰ পোৱাৰ পাছত তৎপৰ হৈ পৰে ৰে'ল বিভাগৰ বিষয়ববীয়াৰ লগতে ৰে'লৱে চিকিৎসা বিভাগৰ লোকো ।

মৰিয়নী ৰে'লৱে জংচন
মৰিয়নী ৰে'লৱে জংচনত কৰ'ণা ভাইৰাছৰ আতংক

মৰিয়নী জংচনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত ৰে'লখন ৰখাই তন্ন তন্ন কৈ পৰীক্ষা কৰে সন্দেহ কৰা ব্যক্তি কেইজনক । পৰীক্ষাৰ অন্তত চিকিৎসকে ব্যক্তি কেইজন কৰুণা ভাইৰাছৰ আক্ৰান্ত নহয় বুলি জানিবলৈ দিয়ে ।

মৰিয়নী ৰে'লৱে জংচনত কৰ'ণা ভাইৰাছৰ আতংক

আৰু পঢ়কঃ অসমত বৰ্তমানলৈকে নাই এজনো ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকঃ ৰমেন তালুকদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.