ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৃষক নেতা অখিল গগৈ

author img

By

Published : Mar 5, 2019, 4:49 PM IST

বুজ ল'লে বিষাক্ত সুৰা সেৱন কৰি চিকিৎসাধীন হৈ থকা ৰোগীৰ অৱস্থাৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অখিল গগৈ

যোৰহাট, ৫ মাৰ্চ : বিষাক্ত সুৰা সেৱন কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ অৱস্থাৰ বুজ ল'লে কৃষক নেতা অখিল গগৈয়ে ।‌ চিকিৎসাধীন হৈ থকা লোকসকলৰ শাৰীৰিক অৱস্থাৰ বুজ লৈ কৃষক নেতাগৰকীয়ে সম্পূৰ্ণ ৰূপে মদ বন্ধ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । লগতে কৃষক নেতাগৰাকীয়ে কয় যে, এই ঘটনাই উদঙাই দিছে ভাল শাসনৰ কথা কোৱা বিজেপি চৰকাৰৰ প্ৰকৃতস্বৰূপ । বিজেপি আৰু আৰ এছ এছে কেৱল চাহ শ্ৰমিকক আভুৱাহে ভাৰি আহিছে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অখিল গগৈ
এইসকল লোকৰ মৃত্যুয়ে প্ৰতিপন্ন কৰিছে যে একৈশ শতিকাৰ এই দিনটো কিদৰে ৰাজ্যৰ চাহ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰি আহিছে । ইপিনে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীৰ লগতে আবকাৰী মন্ত্ৰীগৰাকীয়েও পদত্যাগ কৰিব লাগে দাবী তোলে কৃষক নেতাগৰাকীয়ে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৃষক নেতা অখিল গগৈ।‌আক্ৰান্ত ৰোগীৰ শাৰীৰিক অৱস্থা বুজ ললে।
সম্পূৰ্ণ ৰূপে মদ বন্ধ কৰিব লাগিব।।

ৰাজ্যখনৰ ৫৮০ খনকৈ বৃহৎ চাহ বাগিচা আছে।প্ৰায় ৬০ লাখকৈ অধিক চাহ শ্ৰমিক আছে।বিজেপি আৰু আৰ এছ এয়ে মাত্ৰ চাহ শ্ৰমিক অভূৱাহে ভৰি আহিছে।
বিজেপি দল তথা বিজেপি চৰকাৰে good governess ৰ কথা কয়,কিন্তু প্ৰায় দুশ মানুহৰ মৃত্যু য়ে চৰকাৰৰ প্ৰকৃত ৰূপ টো উদঙাই দিলে।

এইসকল লোকৰ মৃত্যু প্ৰতিফলিত কৰিলে একৈশ শতিকাত আজিও কিদৰে ৰাজ্যৰ চাহ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰি আহিছে।
আনহাতে বহু বল্কী স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি মৰা কথা উদঙ খালে।সততে ৰাজ্যৰ স্বাস্থ্য খন্ডৰ উন্নতি সাধন হোৱা বুলি কোৱা স্বাস্থ্য মন্ত্ৰী গৰাকীৰ বিভাগৰ আছল ছৱি উলাই পৰিল।যদি স্বাস্থ্য খন্ডৰ উন্নয়ন সাধন হৈছে তেতিয়া হলে কিয় চিকিৎসাধীন অৱস্থাত ইমান সংখ্যক লোকৰ মৃত্যু ঘটিবলৈ পালে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আজি বিষাক্ত সূৰা সেৱন ফলত আক্ৰান্ত হোৱা ৰোগী সকলত স্বাস্থ্যৰ বুজ লৱলৈ আহি তীব্ৰ ভাষাৰে বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, আবকাৰী মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক নেতা অখিল গগৈ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.