ETV Bharat / state

চৰকাৰক কৰ্মসংস্থাপন বিচাৰি যোৰহাটত প্ৰতিবাদ - SFI_protest

খালী পদ পূৰণ, দুৰ্নীতি মুক্ত নিযুক্তি, 6000 টকা নিবনুৱা ভাট্টা প্ৰদান কৰা, অসমীয়া যুৱক যুৱতীকক নিযুক্তি দিয়া, উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰা, স্বয়ং আঁচনি ৰূপায়ন কৰা আদি দাবীত বিক্ষোভ কাৰ্যসূচী হাতত লয় যোৰহাট জিলাৰ ছাত্ৰ ফেডাৰেচনে ৷

jorhat-sfi-protest
যোৰহাটত "মোৰ কৰ্মসংস্থাপ কলৈ গ'ল?" শীৰ্ষক বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Dec 21, 2020, 4:14 PM IST

যোৰহাট, 21 ডিচেম্বৰ : যোৰহাট জিলাৰ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোমবাৰে "মোৰ কৰ্মসংস্থাপ কলৈ গ'ল ?" শীৰ্ষক ছাত্ৰ-যুৱ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ যোৰহাট জিলাৰ বিষ্টুৰাম বৰুৱা হল চাৰিআলিত ৰূপায়ন কৰা হয় এই বিক্ষোভ কাৰ্যসূচীৰ ৷ খালী পদ পূৰণ, দুৰ্নীতি মুক্ত নিযুক্তি, 6000 টকা নিবনুৱা ভাট্টা প্ৰদান কৰা, অসমীয়া যুৱক যুৱতীকক নিযুক্তি দিয়া, উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰা, স্বয়ং আঁচনি ৰূপায়ন কৰা আদি দাবীত বিক্ষোভ কাৰ্যসূচী হাতত লয় সংগঠনটোৱে ৷

jorhat-sfi-protest
যোৰহাটত "মোৰ কৰ্মসংস্থাপ কলৈ গ'ল?" শীৰ্ষক বিক্ষোভ কাৰ্যসূচী
আনহাতে অহা 22 ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাৰ বিৰুদ্ধে যোৰহাটতত ভাৰতীয় ছাত্ৰ ফেডাৰেচনে "মোৰ চাকৰি ক'ত" শীৰ্ষক এক আন্দোলন কাৰ্যসূচীও পালন কৰিব ৷ ইফালে ভাৰত ছাত্ৰ ফেডাৰেচনৰ সদস্য সকলে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে যোৰহাট নগৰৰ মাজ মজিয়াত প্ৰচাৰ পত্ৰও বিতৰণ কৰে ৷

লগতে পঢ়ক: আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.