ETV Bharat / state

Protest in Jorhat: যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

পুনৰ বিতৰ্কত যোৰহাট পৌৰসভা । এইবাৰ পৌৰসভাৰ শ্ৰমিক-কৰ্মচাৰী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Protest in Jorhat) । সেয়ে বিভিন্ন সময়ত প্ৰাপ্যৰ পৰা বঞ্চিত আৰু লাঞ্চিত হৈ থকা শ্ৰমিক-কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৌৰনেত্ৰীৰ ওচৰত দাখিল কৰে স্মাৰক পত্ৰ ।

author img

By

Published : Apr 5, 2023, 9:21 PM IST

Jorhat municipality employees protest demanding dues
উত্তপ্ত যোৰহাট পৌৰসভাৰ কাৰ্যালয়
যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

যোৰহাট,৫ এপ্ৰিল: বিজেপি শাসিত যোৰহাট পৌৰসভাৰ বিৰ্তকৰ আখ্যান কৈ কৈ অন্ত কৰিব নোৱাৰি (Jorhat Municipality in controversy) । বিভিন্ন সময়ত প্ৰাপ্যৰ পৰা বঞ্চিত আৰু লাঞ্চিত হৈ থকা শ্ৰমিক-কৰ্মচাৰীয়ে বুধবাৰে যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৌৰনেত্ৰীৰ ওচৰত কৰ্মচাৰীসকলে বিভিন্ন সমস্যা সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Jorhat municipality employees protest demanding dues) ।

তাৎপৰ্যপূৰ্ণ যে, বুধবাৰে যোৰহাট পৌৰসভাকৰ্মী ইউনিয়নে দীৰ্ঘ সময় ধৰি শ্ৰমিকসকলৰ অভাৱ অভিযোগ আৰু নিয়মীয়াকৈ প্ৰাপ্য প্ৰদান বাবে দীৰ্ঘসময় ধৰি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে (Jorhat Municipality Workers Union) । কিন্তু, এই ক্ষেত্ৰত পৌৰসভা কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰত্ব প্ৰদান কৰাৰ নাই । ফলশ্ৰুতিত পৌৰসভা কৰ্মচাৰীসকলে নিয়মীয়াকৈ প্ৰাপ্য পৰাৰ বঞ্চিত হৈ থকা বাবে পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈ আহিছে । সেয়েহে উক্ত সমস্যা সামাধান বাবে স্মাৰক পত্ৰ প্ৰদান কৰি শেষ সকিয়নী প্ৰদান কৰে (Tense situation in Jorhat municipality office) ।

লগতে পঢ়ক: Barpeta Awards 2023 : অক্ষয় কুমাৰ মিশ্ৰলৈ 2023 বৰ্ষৰ ’বৰপেটা বঁটা’

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন পৌৰসভাখনে অত্যাধিক হাৰত নগৰবাসী ওপৰত কৰ জাপি দিয়া ফলত নগৰবাসী ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই পৌৰসভা কাৰ্যালয় সন্মুখত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰি পৌৰসভা খনক ব্যাপক অস্বিত্বহীন কৰি তুলিছিল (Protest against tax increased in Teok Municipality) ।

নগৰবাসী আৰু দল-সংগঠন প্ৰতিবাদত সেও মানি পৌৰসভা কৰ্তৃপক্ষই নগৰবাসীৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰ বাতিল কৰিবলৈ বাধ্য হৈছিল । সেই প্ৰতিবাদৰ প্ৰভাৱ মাৰ নৌ যাওঁতে বুধবাৰে যোৰহাট পৌৰসভা শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদে এক অনাকাংক্ষিত পৰিৱেশ সৃষ্টি কৰে যোৰহাট পৌৰসভা কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত ।

লগতে পঢ়ক: Drunken police personnel: মঙলবাৰে সুৰাৰ ৰাগিয়ে অমংগল মাতিলে মংগল ছাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.