ETV Bharat / state

টীয়কত গুলী চালনাৰ ঘটনাঃ আহত এজন যুৱক

author img

By

Published : Nov 8, 2019, 11:26 AM IST

Updated : Nov 8, 2019, 3:08 PM IST

টীয়কৰ হোলালবাৰী তিনি আলিত নিশা অঘটন ৷ অংকুৰ চাংমাই নামৰ যুৱকৰ বন্ধুকৰ গুলীত আঘাতপ্ৰাপ্ত যুৱক ৷

টীয়কত গুলী চালনা, আঘাত যুৱক

টীয়ক, 8 নৱেম্বৰ

  • টীয়কৰ হোলালবাৰী তিনি আলিত নিশা অঘটন
  • লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত হোলালবাৰী তিনি আলিত এই ঘটনা
  • অংকুৰ চাংমাই নামৰ যুৱকৰ বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত এজন যুৱক
  • আঘাতপ্ৰাপ্ত যুৱক ভাইটি নায়ক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন
  • বাওঁভৰিৰ গেৰোৱাত গুলীবিদ্ধ হয় যুৱকজন
  • বৰ্তমান চিকিৎসাধীন ভাইটি নায়ক সংকটমুক্ত বুলি জানিব পৰা গৈছে
  • ঘটনাৰ মূল অভিযুক্ত অংকুৰ চাংমাই বৰ্তমানেও পলাতক
    টীয়কত গুলী চালনা

লগতে চাওকঃ ১৫০ টা বছৰ অতিক্ৰম কৰিলে অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে

টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত হোলালবাৰী তিনি আলিত নিশা অঘটন।।
অঙ্কুৰ চাংমাই নামৰ যূৱকৰ বন্ধুকৰ গুলীত আঘাত প্ৰাপ্ত এজন যূৱক।আঘাত প্ৰাপ্ত যূৱক ভাইটি নায়ক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন।বাও ভৰিৰ গেৰুৱাত আঘাত গুলী।বৰ্তমান ও চিকিৎসাধীন ভাইটি নায়ক সংকট মুক্ত।আনহাতে ঘটনাৰ নায়ক অঙ্কুৰ চাংমাই বৰ্তমানে পলাতক।
Last Updated : Nov 8, 2019, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.