যোৰহাট, 20 মে': এটা বহু প্ৰত্যাশিত দিন 23 মে'। এই দিনটোতেই ৰাইজৰ আদালতত থিয় হ'ব জন-প্ৰতিনিধি । কোনে মাৰিব শেষ হাঁহি । বহু প্ৰত্যাশিত দিনটোলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন । ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি হিচাপে পৰিগণিত সমষ্টিটোত এইবাৰ 8 জনকৈ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হৈছিল ৷ 23 মে' ত পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা । প্ৰথম অৱস্থাত যোৰহাট ভোট গণনা কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে "পোষ্টেল বেলট" পেপাৰ সমূহ গণনা কৰা হ'ব বুলি জনাই যোৰহাট জিলা প্ৰশাসনে । তাৰ পাচতেই গণনা আৰম্ভ হ'ব 'ইভিএম' মেচিনৰ । আনহাতে, যোৰহাট, টিয়ক, আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ ভোট গণনা যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ গণনা কেন্দ্ৰত হ'ব বুলিও উল্লেখ কৰে । উল্লেখ্য যে, কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত দেৰগাঁৱ বিধানসভা যোৰহাট জিলাৰ অন্তৰ্গত হোৱাৰ বাবেই দেৰগাঁৱ বিধানসভা সমষ্টিটোৰ ভোট গণনা যোৰহাট কেন্দ্ৰত হ'ব বুলি মন্তব্য কৰে ।
23 মে'লৈ সাজু যোৰহাট জিলা প্ৰশাসন - etv bharat assam
23 মে' লৈ সম্পূৰ্ণ সাজু যোৰহাট প্ৰশাসন । পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা । তিনি তৰপীয়া সুৰক্ষা বেষ্টনীৰ ব্যৱস্থা ।
যোৰহাট, 20 মে': এটা বহু প্ৰত্যাশিত দিন 23 মে'। এই দিনটোতেই ৰাইজৰ আদালতত থিয় হ'ব জন-প্ৰতিনিধি । কোনে মাৰিব শেষ হাঁহি । বহু প্ৰত্যাশিত দিনটোলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন । ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি হিচাপে পৰিগণিত সমষ্টিটোত এইবাৰ 8 জনকৈ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হৈছিল ৷ 23 মে' ত পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা । প্ৰথম অৱস্থাত যোৰহাট ভোট গণনা কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে "পোষ্টেল বেলট" পেপাৰ সমূহ গণনা কৰা হ'ব বুলি জনাই যোৰহাট জিলা প্ৰশাসনে । তাৰ পাচতেই গণনা আৰম্ভ হ'ব 'ইভিএম' মেচিনৰ । আনহাতে, যোৰহাট, টিয়ক, আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ ভোট গণনা যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ গণনা কেন্দ্ৰত হ'ব বুলিও উল্লেখ কৰে । উল্লেখ্য যে, কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত দেৰগাঁৱ বিধানসভা যোৰহাট জিলাৰ অন্তৰ্গত হোৱাৰ বাবেই দেৰগাঁৱ বিধানসভা সমষ্টিটোৰ ভোট গণনা যোৰহাট কেন্দ্ৰত হ'ব বুলি মন্তব্য কৰে ।
২৩ মে,।এটা বহু প্ৰত্যাক্ষীত দিন।ৰাইজৰ আদালতত জন-প্ৰতিনিধি।কোনে মাৰিব শেষ হাঁহি।।সম্পূৰ্ণ মাহৰ শেষত বহু প্ৰত্যাখিত দিনটোলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লোক-সভা সমষ্টি টোত এইবাৰ ৮ জনকৈ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে যুজঁ কৰিছিল।কিন্তু মুল যুজ খন বিজেপি দল আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজতেই হবগৈ।
২৩ মে তাৰিখে পুৱা ৮ বজাৰ পৰা আৰম্ভ হব ভোট গণনাৰ।প্ৰথম অৱস্থাত যোৰহাট ভোট গণনা কেন্দ্ৰত কেন্দ্ৰীয় ভাৱে "পোষ্টেল বেলট" পেপাৰ সমুহ গণনা কৰা হব।যোৰহাট জিলাৰ চৰকাৰী বহু মুখি বালক বিদ্যালয় এই গণনা হব।ইয়াৰ পিছতেই " ই ভি ম " মেচিন সমুহৰ গণনা আৰম্ভ হব।যোৰহাট, টিয়ক, আৰু দেৰগাঁৱ বিধান সভা সমষ্টিৰ গণনা হব যোৰহাট চৰকাৰী বহু মুখী বালক বিদ্যালয়ৰ গণনা কেন্দ্ৰত।কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত দেৰগাঁৱ বিধান সভা যোৰহাট জিলাৰ অন্তৰ্গত হোৱাৰ বাবেই দেৰগাঁৱ বিধান সভা সমষ্টি টোৰ ভোট গণনা যোৰহাট কেন্দ্ৰ টোত হব।