ETV Bharat / state

ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত IMC-ৰ দল - IMC-ৰ সভাপতি

ঘটনা সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট নকৰিলে দেশজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ IMC-ৰ সভাপতিৰ ৷

ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত IMC-ৰ দল
author img

By

Published : Sep 4, 2019, 11:55 AM IST

Updated : Sep 4, 2019, 3:16 PM IST

টীয়ক, 04 চেপ্তেম্বৰঃ

  • টীয়কত গণপ্ৰহাৰৰ বলি হৈ দুৰ্ভাগ্যজনক ভাৱে মত্যু হোৱা ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত ইণ্ডিয়ান মেডিকেল এচচিয়েছনৰ এটি দল
  • IMA ৰ সভাপতি ডাঃ শান্তনু সেনৰ নেতৃত্বত অহি উপস্থিত হৈছে উক্ত দলটো
  • দলটোৱে পৰিয়ালৰ দুখৰ সমভাগী হোৱাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে
  • ঘটনা সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট নকৰিলে দেশজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ
  • তদন্তকাৰী বিষয়া অতিৰিক্ত উপায়ুক্ত শোভন গোৱালাৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ
  • ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

Intro:Body:টীয়কত ডা: দেবেন দত্তৰ বাসগৃহত উপস্হিত India Medical Association (IMA)দল
TEOK:আজি টীয়কৰ ডা: দেবেন দত্তৰ ঘৰত ইণ্ডিয়া মেডিকেল এচচিয়েছনৰ এটি দল আহি উপস্থিত হয়হি। IMA ৰ সভাপতি ডাঃ শান্তনু সেনৰ নেতৃত্বত অহা দলটোৰ ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে আৰু পৰিয়ালৰ সৈতে দুখৰ সমভাগী হয়।লগতে
ঘটনা সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ স্হিতি স্পষ্ট নকৰিলে দেশজুৰি আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে তদন্তকাৰী বিষয়া অতিৰিক্ত উপায়ুক্ত শোভন গোৱালাৰ ওপৰত সন্দেহ প্ৰকট কৰিছে IMA দলটোৱে আৰু ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, স্বাস্হ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে।অনতি পলমে দোষীক কৰায়ত্ব কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক দাবী জনাইছে।Conclusion:
Last Updated : Sep 4, 2019, 3:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.