ETV Bharat / state

গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

author img

By

Published : Jan 26, 2020, 2:09 PM IST

যোৰহাটত গণৰাজ্য দিৱসৰ দিনটোতে ব্যতিক্ৰমী পন্থাৰে প্ৰতিবাদ কৰিলে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় জনতাই ৷ যোৰহাট উপায়ুক্ত কাৰ্যালয় সন্মুখত "মানৱ শৃংখল" গঢ়ি সাব্যস্ত কৰে প্ৰতিবাদ ৷

যোৰহাট
গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

যোৰহাট, 26 জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে যোৰহাটতো জিলা প্ৰশাসনে উলহ মালহৰে উদযাপন কৰে গণৰাজ্য দিৱস । জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই । কিন্তু এই গণৰাজ্য দিৱসৰ দিনটো ব্যক্তিক্ৰম ৰূপ দেখা পোৱা গ'ল যোৰহাট উপায়ুক্ত কাৰ্যালয় সন্মুখত । যোৰহাটৰ ৰাইজ তথা বহু কেইটা জাতীয় সংগঠনে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত "মানৱ শৃংখল" গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এনেদৰে গণৰাজ্য দিৱসৰ দিনটো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

আৰু পঢ়কঃ গণতন্ত্ৰ দিৱসৰ বিস্ফোৰণঃ ডিজিপিক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Intro:গণৰাজ্য দিৱসৰ দিনটোতে ""মানৱ শৃংখলা""ৰে প্ৰতিবাদী কাৰ্যসূচী যোৰহাটৰ নাগৰিকৰ।।

Body:আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস।সমগ্র দেশৰ লগতে যোৰহাট জিলা খনতো উলহ মালহৰে উদযাপন কৰে জিলা প্ৰশাসনে।জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰাই।কিন্তু এই গণৰাজ্য দিৱসৰ দিনটো ব্যক্তিক্ৰম ৰূপ দেখা পোৱা গল যোৰহাট উপায়ুক্ত কাৰ্যালয় সন্মুখত।যোৰহাটৰ ৰাইজ তথা বহু কেইটা জাতীয় সংগঠনে উপায়ুক্ত কায্যলয়ৰ সন্মুখত এক ""মানৱ শৃংখল"গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে।কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বক ভাৱে জাপি দিড বিচৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এনেদৰে গণৰাজ্য দিৱসৰ দিনটো প্ৰতিবাদ সাব্যস্ত কৰে।

byte:ৰিতুল পাঠক।(সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ/সাধাৰণ সম্পাদক)

Conclusion:গণৰাজ্য দিৱসৰ দিনটোতে যোৰহাটৰ পৰা চৰকাৰলৈ হুংকাৰ অনাগত দিনত এই গণতান্ত্ৰিক আন্দোলন ৰূপ ভয়াবহ হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.