ETV Bharat / state

কাকজান নদীৰ বান্ধে বিপদ মাতিছে টীয়কৰ কৃষিভূমিলৈ - ঢাৰিগাঁও অঞ্চল

নদীখনে সুঁতি সলোৱাৰ ফলত পথাৰখনৰ দ’ অংশ এতিয়া পিতনিলৈ পৰ্য্যবেশিত হৈছে। ৰাইজে জনপ্ৰতিনিধি তথা পঞ্চায়তক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ফল পোৱা নাই।

Farmers in tension due crop areas affected by growing water
কাকজান নদীৰ বান্ধে বিপদ মাতিছে টীয়কৰ কৃষিভূমিলৈ
author img

By

Published : Aug 28, 2020, 12:14 PM IST

টীয়ক, 28 আগষ্টঃ টীয়কৰ কাকজান নদীৰ বানে ছিগা অংশই বিপদ মাতিছে বৃহত্তৰ কাকজান ঢাৰিগাওঁ পথাৰলৈ । সুঁতি সলাইছে কাকজন নদীয়ে । ঢাৰিগাঁও অঞ্চলৰ কেইবাটাও অঞ্চলত নদীৰ বান্ধ ছিগাৰ ফলত ঢাৰিগাওঁ পথাৰৰ মাজেৰে বৈ যোৱা সুঁতিয়ে অঞ্চলৰ বহু কৃষি ভূমিৰ অনিষ্ট কৰিছে ফলত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

কাকজান নদীৰ বান্ধে বিপদ মাতিছে টীয়কৰ কৃষিভূমিলৈ

ইপিনে নদীখনে সুঁতি সলোৱাৰ ফলত পথাৰখনৰ দ’ অংশ এতিয়া পিতনিলৈ পৰ্যবেসিত হৈছে । ৰাইজে জনপ্ৰতিনিধি তথা পঞ্চায়তক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ফল পোৱা নাই । অৱশ্যে এই দীৰ্ঘদিনীয়া সমস্যাটো ৰাইজে শ্ৰম দানেৰে কেইবাবাৰো সমাধান কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল । সেয়ে অনতি পলমে নদীখন খনন আৰু বান্ধটো পুনৰ কটকটীয়াকৈ নিৰ্মাণৰ বাবে দাবী জনাইছে ভুক্তভোগী ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিনিধিসকলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃ এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.