ETV Bharat / state

তিতাবৰত ই.ভি.এম মেচিন বিকল

তিতাবৰত ই.ভি.মেচিন বিকল হৈ পৰাত বন্ধ হৈ পৰে ভোটদান প্ৰক্ৰিয়া

author img

By

Published : Apr 11, 2019, 9:59 AM IST

তিতাবৰত ই.ভি.মেচিন বিকল

তিতাবৰ,11 এপ্ৰিল : তিতাবৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অঘটন ৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তিতাবৰবাসীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা ভিৰ কৰিছেহি তিতাবৰৰ ভোটকেন্দ্ৰসমূহত ৷ কিন্তু তিতাবৰবাসীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত নকৰাকৈ উভতিব লগীয়া হ'ল ভোটকেন্দ্ৰৰ পৰা । তিতাবৰ মহকুমাৰ অন্তৰ্গত বেকাজান উচ্চ ইংৰাজী বিদ্যালয়ৰ 112 নং ভোট কেন্দ্ৰত ই ভি এম মেচিন বিকল হোৱাত লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভোটকেন্দ্ৰত । যাৰ বাবে ভোটদান সাব্যস্ত কৰিব নোৱাৰি চিন্তিত হৈ পৰে তিতাবৰবাসী । ৰাইজে পুৱা 6 বজাৰ পৰা লাইন পাতি ভোট দিবলৈ ৰৈ থাকি ভোট দিবলৈ নাপাই ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । আনহাতে, নিৰ্বাচন আয়োগৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলিও মন্তব্য কৰে ভোট দিবলৈ অহা একাংশ লোকে ।

Intro:তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান উচ্চ ইংৰাজী বিদ্যালয় এভিম মেচিন বিকল হোৱা দেখি ৰাইজৰ মাজত উতপ্ত পৰিস্থিতি।Body:তিতাবৰ মহকুমাৰ অন্তৰ্গত বেকাজান উচ্চ ইংৰাজী বিদ্যালয়ৰ 112 নং ভোট কেন্দ্ৰত এভিম মেচিন বিকল হোৱাত লৈ উতপ্ত পৰিস্থিতি ।ৰাইজে পুৱা 6 বজাৰ পৰা লাইন পাতি ভোট দিব নাপাই উতপ্ত বেকাজান ভোট গ্ৰহণ কেন্দ্ৰ ।পূব 6 বজাৰ পৰা লাইন আছিল ভোটাৰ ৰাইজ কিন্তু মেচিন বিকল হোৱা লৈ ৰাইজে উতপ্ত কৰি তোলে ভোট গ্ৰহণ কেন্দ্ৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.