ETV Bharat / state

বৰহোলাত আটক ড্ৰাগছ সৰবৰাহকাৰী

বৰহোলাৰ ৰজাবাৰী অঞ্চলত নাকা চেকিং বহুৱাই তালাচী চলাই থকাৰ সময়তে নগা পাহাৰৰ দিশৰ পৰা এখন বাইকেৰে আহি থকা অৱস্থাত দানংধৰা চাৰি আলিত হাতে-লোটে ১৪ গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী বিশ্বজীৎ বেজবৰাক ৷

Drugs suppliers detained in Barhola
বৰহোলাত আটক ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Aug 6, 2020, 10:49 PM IST

তিতাবৰ,6আগষ্টঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ সৰু সৰু চহৰক লক্ষ্য কৰি লৈছে ড্ৰাগছ ব্যৱসায়ীসকলে ৷ এইবাৰ বৰহোলা আৰক্ষীৰ জালত পৰিল বিশ্বজীৎ বেজবৰা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

Drugs suppliers detained in Barhola
বৰহোলাত আটক ড্ৰাগছ সৰবৰাহকাৰী

জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বৰহোলা আৰক্ষীয়ে আজি অভিযান চলায় ৷ বৰহোলাৰ ৰজাবাৰী অঞ্চলত নাকা চেকিং বহুৱাই তালাচী চলাই থকাৰ সময়তে নগা পাহাৰৰ দিশৰ পৰা এখন বাইকেৰে আহি থকা অৱস্থাত দানংধৰা চাৰি আলিত হাতে-লোটে ১৪ গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী বিশ্বজীৎ বেজবৰাক ৷

ইপিনে ,বিশ্বজীৎ বেজবৰাক আটক কৰি বৰহোলা থানালৈ লৈ অনাৰ লগতে সোধা-পোচা অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ দাসে ৷

লগতে পঢ়কঃঠেলামৰা কাণ্ডৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.