যোৰহাট,6 ফেব্ৰুৱাৰীঃ পশ্চিম যোৰহাটৰ বহতীয়া গাঁৱত এটা ঘৰৰ পৰা যোৱা সোমবাৰে নিশা একাংশ স্থানীয় লোকে আৰু গাঁওৰক্ষী বাহিনীয়ে নাৰীদেহৰ ব্যৱসায়ীৰ সন্দেহত তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছিল ৷ ঘটনাটো প্ৰথম অৱস্থাত সাধাৰণতে ঘটি থকা এক ঘটনা বুলিয়ে ভবা হৈছিল যদিও পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে তেওঁলোকক সোধা-পোছা কৰাত পোহৰলৈ আহিলে ঘৰটোৰ পৰা চলি থকা এক বৃহৎ নাৰীদেহ ব্যৱসায়ীৰ এক ভয়ংকৰ তথ্য ৷ সেই ঘৰটোতেই ৰিম্পী দাস আৰু পল্লৱ জ্যোতি সন্দিকৈ নামৰ যুৱকজনে বহু কিশোৰী মহিলাক আনি বিভিন্ন কৌশলেৰে গোপনে ফটো ৰেকৰ্ড কৰি এই ব্যৱসায়ীৰ লগত জড়িত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
যোৰহাট আৰক্ষীৰ বৃহৎ নাৰী দেহ চক্ৰ উৎখাত - পল্লব জ্যোতি সন্দিকৈ
যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য ৷ যোৰহাট আৰক্ষীৰ জালত যোৰহাট নগৰৰ অলিয়ে-গলিয়ে চলি থকা বৃহৎ নাৰীদেহ ব্যৱসায় আৰু হনি ট্রেপিং চক্ৰ ৷